অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নৱদুৰ্গা

হিন্দু ধৰ্মত নৱ দুৰ্গা (नवदुर्गा) হৈছে দেৱী দুৰ্গাৰ নটা ভিন্ন ৰূপ বা অৱতাৰ। সাধাৰণতে নৱৰাত্ৰিত এই নটা ৰূপৰ অৰ্চনা কৰা হয়। প্ৰতিগৰাকী দেৱীকে নটা ভিন্ন দিনত পৃথকে পৃথকে পূজা কৰা হয়।

হালনাগাদ: ৮ জানুৱাৰী ২০২৫ ৫০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

হিন্দু ধৰ্মত নৱ দুৰ্গা (नवदुर्गा) হৈছে দেৱী দুৰ্গাৰ নটা ভিন্ন ৰূপ বা অৱতাৰ। সাধাৰণতে নৱৰাত্ৰিত এই নটা ৰূপৰ অৰ্চনা কৰা হয়।১ প্ৰতিগৰাকী দেৱীকে নটা ভিন্ন দিনত পৃথকে পৃথকে পূজা কৰা হয়।২৩৪ দেৱী দুৰ্গা বা পাৰ্বতীৰ এই নটা ভিন্ন ৰূপ হৈছে:

তথ্যসূত্ৰ

  1. ↑ Navratri 2017: Significance of Sharad Navratri, Date, Puja, Prasad and Celebrations. NDTV.com
  2. ↑ (2017-09-22). Navratri 2017: 9 avatars of Goddess Durga worshipped on the 9 days. The Indian Express
  3. ↑ What is Navratri? What do these nine days of festivities mean?
  4. ↑ Navratri Festival,Navratri Festival India,Navaratri Celebrations In India,Durga Navratri,Goddess Durga Festival. www.newsonair.nic.in

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তিহিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱদুৰ্গা” প্ৰবন্ধৰ সংশোধন ৪৬২১৮৯ (৮ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।