অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিৰ্মলা বৰুৱা

ডাঃ নিৰ্মলা বৰুৱা হৈছে এগৰাকী অসমীয়া মহিলা চিকিৎসক। তেখেত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা।

হালনাগাদ: ১০ জুলাই ২০২৬ ৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ডাঃ নিৰ্মলা বৰুৱা হৈছে এগৰাকী অসমীয়া মহিলা চিকিৎসক। তেখেত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা।১২

ব্যক্তিগত জীৱন

তেওঁৰ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।২

শিক্ষাজীৱন

১৯৪৭ চনৰ নৱেম্বৰ মাহৰ তিনি তাৰিখে অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিক ভাৱে প্ৰতিষ্ঠা কৰা হয়। নিৰ্মলা বৰুৱাই এই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰে।১

কৰ্মজীৱন

অসমৰ ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ, এই তিনিওখন চিকিৎসা মহাবিদ্যালয়ত ডাঃ নিৰ্মলা বৰুৱাই সেৱা আগবঢ়ায়।১ তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্ত্ৰী-ৰোগ আৰু প্ৰসূতি বিভাগৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।২

তথ্যসূত্ৰ

  1. ↑ বিজ্ঞানৰ জগতত অসমীয়া মহিলা
  2. ↑ ডাঃ মিহিৰ কুমাৰ গোস্বামী. (২০০৪). চিকিৎসাক্ষেত্ৰত অসমীয়া নাৰী. কথা গুৱাহাটী

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ মহিলা চিকিৎসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্মলা বৰুৱা” প্ৰবন্ধৰ সংশোধন ৬১৬৫৬৮ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।