অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিৰুপমা ফুকন

নিৰুপমা ফুকন (NIRUPAMA PHUKAN) হৈছে এগৰাকী অসমীয়া সাহিত্যিক। তেওঁৱেই হৈছে হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰ্ম আৰম্ভ কৰি সমাদৃত হোৱা প্ৰথম গৰাকী অনুবাদিকা।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২১ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নিৰুপমা ফুকন (NIRUPAMA PHUKAN) হৈছে এগৰাকী অসমীয়া সাহিত্যিক। তেওঁৱেই হৈছে হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰ্ম আৰম্ভ কৰি সমাদৃত হোৱা প্ৰথম গৰাকী অনুবাদিকা।

জন্ম

  • ১৯২৮ চনৰ ৪ ছেপ্টেম্বৰত গোলাঘাটত নিৰুপমা ফুকনৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম শৰত কুমাৰ শৰ্মা।১

চাকৰি জীৱন

তেওঁ ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।২

সাহিত্যৰাজি

গ্ৰন্থ

  • সূৰুজপুৰৰ নব্য কন্যা (১৯৮৭ চন)

অনুবাদমূলক গ্ৰন্থ

  • হিন্দী সাহিত্যৰ অনুবাদিকা হিচাপে বিশেষভাবে খ্যাতি থকা নিৰুপমা ফুকণৰ অনুবাদমূলক পুথিসমূহ হৈছে:
  1. গোদান
  2. প্ৰতিজ্ঞ
  3. চন্দ্ৰগুপ্ত
  4. জীৱনীমালা
  5. আহুতি (হৰি কৃষ্ণ প্ৰেমীৰ নাটক)

শিশু সাহিত্য

  1. বুলবুল আৰু বাদশাহ
  2. গীত গোৱা চৰাই
  3. কাশ্মীৰ দেশৰ সাধু৩

বঁটা আৰু সন্মান

  • সাহিত্য একাডেমী বঁটা (১৯৯৯ চনত মুনচি প্ৰেমচাণ্ডৰ 'গোদান' অসমীয়ালৈ অনুবাদ কৰাৰ বাবে লাভ কৰে)।৪

তথ্যসূত্ৰ

  1. ↑ assam.nenow.in/%e0%a6%b8%e0%a6%be%e0%a6%b9%e0%a6
  2. ↑ assam.nenow.in/%e0%a6%b8%e0%a6%be%e0%a6%b9%e0%a6
  3. ↑ assam.nenow.in/%e0%a6%b8%e0%a6%be%e0%a6%b9%e0%a6
  4. ↑ assam.nenow.in/%e0%a6%b8%e0%a6%be%e0%a6%b9%e0%a6

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰুপমা ফুকন” প্ৰবন্ধৰ সংশোধন ২৯৯৯৮৭ (২৩ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।