অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাছলেন কে. গফূৰ

নাছলেন কে. গফূৰ (Naslen K. Gafoor; জন্ম: ১১ জুন, ২০০০) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে। থান্নীৰ মথান দিনাংগল (২০১৯), কুৰুতি (২০২১), হ'ম (২০২১), ছুপাৰ শৰণ্যা (২০২২), নেইমাৰ (২০২৩) আৰু প্ৰেমালু (২০২৪) আদি বিভিন্ন ছবিত তেওঁ অভিনয় কৰিছে।

হালনাগাদ: ২১ জুলাই ২০২৬ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নাছলেন কে. গফূৰ (Naslen K. Gafoor; জন্ম: ১১ জুন, ২০০০) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে।১২ থান্নীৰ মথান দিনাংগল (২০১৯), কুৰুতি (২০২১), হ'ম (২০২১), ছুপাৰ শৰণ্যা (২০২২), নেইমাৰ (২০২৩) আৰু প্ৰেমালু (২০২৪) আদি বিভিন্ন ছবিত তেওঁ অভিনয় কৰিছে। ২০২৪ চনৰ ছবি প্ৰেমালুত শচীনৰ চৰিত্ৰত অভিনয় কৰি তেওঁ সমগ্ৰ ভাৰততে খ্যাতি লাভ কৰে আৰু ছবিখনো সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী মালয়ালম ছবিসমূহৰ ভিতৰত অন্যতম এখন হৈ পৰে।

কৰ্মজীৱন

২০১৯ চনত নাছলেনে থান্নীৰ মথান দিনাংগল চিনেমাত মেলভিনৰ চৰিত্ৰত অভিনয় কৰি নিজৰ চলচ্চিত্ৰ জীৱনৰ আৰম্ভণি কৰে। সেই ছবিখনৰ সময়োপযোগী কমেডী আৰু হাস্যৰসময়ী কাউণ্টাৰ ডাইলগৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছিল।৩ ২০২১ চনত নাছলেনে আমাজন প্ৰাইমত মুক্তি পোৱা কুৰুতি ছবিখনত ৰাছুল নামৰ এজন অগ্নিময় কিশোৰৰ চৰিত্ৰত অভিনয় কৰিছিল।৪ একে বছৰতে তেওঁ চাৰ্লছ অলিভাৰ টুইষ্টৰ চৰিত্ৰত অভিনয় কৰিছিল হ'ম ছবিখনত যিখন ছবিও আমাজন প্ৰাইমত মুক্তি পাইছিল।৫৬ ইয়াৰ পিছত তেওঁ ডিজনী+ হটষ্টাৰত মুক্তি পোৱা কমেডী চিনেমা কেছু ই বীডিন্টে নাধানত অভিনয় কৰে।৭৮ টাইমছ অৱ ইণ্ডিয়াৰ আন্না মেথিউছে ছবিখনত তেওঁৰ অভিনয়ৰ বিষয়ে লিখিছে, "যুৱ অভিনেতা নাছলেনে সচৰাচৰৰ দৰেই সৰু চৰিত্ৰ এটাতো তেওঁ আঁতৰি থাকিবলৈ সক্ষম হয় আৰু গুফীলি লাভেবল হ'বলৈ সক্ষম হয়।"৯

২০২৪ চনত তেওঁ দিলীশ পথান, ফাহাধ ফাছিল আৰু শ্যাম পুষ্কৰণৰ দ্বাৰা প্ৰযোজিত প্ৰেমালু ছবিত শচীন সন্তোষৰ চৰিত্ৰত অভিনয় কৰিছিল, ছবিখনে বিশ্বজুৰি ১২৫ কোটিৰো অধিক বক্স অফিচ সংগ্ৰহৰে সৰ্বাধিক উপাৰ্জন কৰিছিল।১০

চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰ

বছৰশিৰোনামভূমিকাটোকাতথ্যসূত্ৰ
২০১৯থান্নীৰ মথান দিনাংগলমেলভিনপ্ৰথম ছবি১১
২০২০বৰানে অৱশ্যামুণ্ডডেকা বিবীশকেমিঅ’
২০২১কুৰুতিৰাছুলআমাজন প্ৰাইমত মুক্তিপ্ৰাপ্ত১২
হ'মচাৰ্লছ অলিভাৰ টুইষ্টআমাজন প্ৰাইমত মুক্তিপ্ৰাপ্ত১৩
কেশু ই বীদিন্তে নাধানউমেশডিজনী+ হটষ্টাৰত মুক্তিপ্ৰাপ্ত১৪
২০২২ছুপাৰ শৰণ্যাসংগীত১৫
পাথ্ৰ'চিন্টে পাডাপ্পুকালবনি পেথ্ৰ'জ১৬
মাকালৰোহিত / ৰবীন্দ্ৰ চট্টোপাধ্যায়১৭
জো এণ্ড জোমনোজ সুন্দৰন১৮
২০২৩পূৱনকেমিঅ’
আয়লৱাছিপাচু১৯
পাচুভুম আথবুথা ভিলাক্কুমঅশ্বিনৰ ককায়েককেমিঅ’২০
নেইমাৰশিন্টো চাকোলা২১
জাৰ্নি অৱ লাভ ১৮+অখিল২২
২০২৪প্ৰেমালুশচীন সন্তোষ২৩
উৎপাদন পৰবৰ্তী২৪

কণ্ঠ শিল্পী

বছৰশিৰোনামভূমিকাটোকাতথ্যসূত্ৰ
২০২৩ভেলাট্টিটিপ্পু, ষ্টেফোৰ্ড২৫

তথ্যসূত্ৰ

  1. ↑ (20 August 2021). 'ബുദ്ധി മെയ്ന്‍' ആയ മെല്‍വിനില്‍ നിന്ന് റസൂല്‍ വഴി ചാള്‍സ് ഒലിവര്‍ ട്വിസ്റ്റിലേക്ക്;നസ്ലിന്‍ അഭിമുഖം. Mathurbhumi News
  2. ↑ (26 August 2021). ഈ ചൂടില്‍ തന്നെ ഒരെണ്ണം കൂടി പോയാലോ? 'ഹോമി'ലെ നസ്‌ലന്റെ ഡബ്ബിംഗ്, വീഡിയോ. Asianet News
  3. ↑ (2 August 2019). Just to see Mammootty up close I became a junior artiste: Naslen. Manorama News
  4. ↑ 'അഭിനയമാണ് സാറേ ഇവന്റെ മെയിന്‍'; കുരുതിയില്‍ കലിപ്പനായി നസ്‌ലന്‍. Dool News
  5. ↑ (24 August 2021). യുവതാരങ്ങളില്‍ ഏറ്റവും ഭാവിയുള്ള നടന്മാരിലൊരാള്‍; നസ്‌ലനെ പുകഴ്ത്തി വിജയ് ബാബു. Dool News
  6. ↑ (19 August 2021). '#Home' Malayalam movie review: A relatable, light-hearted tale. The Hindu
  7. ↑ (15 December 2021). Dileep back to makeover stunts: Appears as hilarious, 65-year-old Keshu in trailer. OnManorama
  8. ↑ (28 February 2020). Dileep In His 60's. The Prime Time
  9. ↑ (31 December 2021). Keshu Ee Veedinte Nadhan review: Fortune favours the good. The Times Of India
  10. ↑ (2024-03-07). Premalu might hit a ton soon at the box office. Moneycontrol
  11. ↑ (1 August 2019). മധുരരാജ'യിലുമുണ്ടായിരുന്നു 'തണ്ണീര്‍മത്തനി'ലെ നസ്‍ലെൻ. Samayam News
  12. ↑ (11 August 2021). Kuruthi review: An uninspired take on hatred and pitfalls of religions. The Week
  13. ↑ (19 August 2021). Home Review, Makes a heart-warming connection. The Times Of India
  14. ↑ (29 January 2020). 'തണ്ണീർ മത്തനി'ലെ മെൽവിൻ ഇനി 'കേശു'വിന്‍റെ മകൻ. Samayam News
  15. ↑ (28 December 2021). Trail of lovers, hilarious banters: Trailer reveals glimpses of 'Super Sharanya'. OnManorama
  16. ↑ (17 February 2021). Sharafudheen, Grace Antony's next 'Pathrosinte Padappukal' is a comedy. New Indian Express
  17. ↑ (12 December 2021). Jayaram - Sathyan Anthikad film 'Magal' reached the final leg of shooting. The Times Of India
  18. ↑ (23 September 2021). 'ജോ ആൻഡ് ജോയുമായി' മാത്യു, നസ്ലൻ, നിഖില വിമൽ. News18 Malayalam
  19. ↑ Soubin Shahir's Ayalvaashi gets a release date. Cinema Express
  20. ↑ Pachuvum Athbutha Vilakkum on OTT: Ahaana Krishna to Naslen, catch these cameos in the Fahadh Faasil-starrer. OTTplay
  21. ↑ (2023-04-06). Mathew Thomas-Naslen Starrer Neymar's Teaser Promises A PAW-Some Comedy Drama. News18
  22. ↑ It's a wrap for 18 Plus. Cinema Express
  23. ↑ Naslen, Mamitha Baiju to star in Girish A D's Premalu; motion poster is out. Cinema Express
  24. ↑ It's a wrap for Girish AD-Naslen film I Am Kathalan. Cinema Express
  25. ↑ 'Valatty' director opens up about hardships he faced while making film, posts emotional video. OnManorama

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ ব্যক্তিভাৰতীয় অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাছলেন কে. গফূৰ” প্ৰবন্ধৰ সংশোধন ৬১৮৪৯৮ (২১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।