অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নাগাৰকইলৰ মন্দিৰৰ গহনা

টেম্পল গহনা বা নাগাৰকইলৰ মন্দিৰৰ গহনা (Temple Jewellery of Nagercoil) হৈছে ভাৰতৰ তামিলনাডু ৰাজ্যৰ নাগাৰকইল অঞ্চলৰ একপ্ৰকাৰৰ সোণৰ গহনা। ২০০৭–০৮ চনত ইয়াক ভৌগোলিক ইংগিত হিচাপে ঘোষণা কৰা হয়। বহুমূলীয়া পাথৰৰ মাজত সোণ খটুৱাই গহনা তৈয়াৰ কৰা হয়।

হালনাগাদ: ২৪ আগষ্ট ২০২৫ ৭৬ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

টেম্পল গহনা বা নাগাৰকইলৰ মন্দিৰৰ গহনা (Temple Jewellery of Nagercoil) হৈছে ভাৰতৰ তামিলনাডু ৰাজ্যৰ নাগাৰকইল অঞ্চলৰ একপ্ৰকাৰৰ সোণৰ গহনা।১ ২০০৭–০৮ চনত ইয়াক ভৌগোলিক ইংগিত হিচাপে ঘোষণা কৰা হয়।২

বহুমূলীয়া পাথৰৰ মাজত সোণ খটুৱাই গহনা তৈয়াৰ কৰা হয়। গহনা তৈয়াৰ কৰিবলৈ "কুচু কাল" নামৰ এবিধ বিশেষ ধৰণৰ ৰঙা আৰু সেউজীয়া ৰঙৰ শিল ব্যৱহাৰ কৰা হয়। এই ইতিহাস খ্ৰীষ্টীয় নৱম শতিকাৰ চোলা বংশৰ ৰাজত্বকালৰপৰাই আৰম্ভ হয়। প্ৰথমতে এই গহনাসমূহ বিশেষভাৱে হিন্দু দেৱ-দেৱীৰ মূৰ্তি সজোৱাৰ বাবে নিৰ্মাণ কৰা হৈছিল।৩

তথ্যসূত্ৰ

  1. ↑ Application details. ভাৰত চৰকাৰ
  2. ↑ Geographical indications in India. ভাৰত চৰকাৰ
  3. ↑ (23 July 2018). Nagercoil temple jewellery made with peculiar stones gets GI tag. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ভৌগোলিক স্বীকৃতিহস্তশিল্প

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাগাৰকইলৰ মন্দিৰৰ গহনা” প্ৰবন্ধৰ সংশোধন ৫৩৪৮৯৫ (২৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।