অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চেপেটা লতা

চেপেটা লতা হৈছে ভিটাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ লতাজাতীয় উদ্ভিদ। ই এছিয়া আৰু অষ্ট্ৰেলিয়াৰ থলুৱা উদ্ভিদ। ইয়াৰ ইংৰাজী নাম হৈছে, বুছ গ্ৰেপ (bush Grape), ফক্স−গ্ৰেপ (fox-grape), থ্ৰী−লিভড−ৱাইল্ড ভাইন (three-leaved wild vine) বা থ্ৰীলিফ কাইৰাচিয়া (threeleaf cayratia)।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

চেপেটা লতা হৈছে ভিটাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ লতাজাতীয় উদ্ভিদ। ই এছিয়া আৰু অষ্ট্ৰেলিয়াৰ থলুৱা উদ্ভিদ। ইয়াৰ ইংৰাজী নাম হৈছে, বুছ গ্ৰেপ (bush Grape), ফক্স−গ্ৰেপ (fox-grape), থ্ৰী−লিভড−ৱাইল্ড ভাইন (three-leaved wild vine) বা থ্ৰীলিফ কাইৰাচিয়া (threeleaf cayratia)। ইয়াৰ বীজবোৰ ক’লা বৰণৰ আৰু পাতত চাইনিডিন আৰু ডেলফিনিডিনৰ দৰে সুগন্ধী থাকে। ইয়াৰ পাত, কাণ্ড আৰু শিপাত হাইড্ৰ’চায়েনিক এচিড থাকে বাবে ইয়াৰ সোৱাদ টেঙা। বহু ঠাইত এই উদ্ভিদক নল টেঙা বুলি কয়।

তথ্য সংগ্ৰহ

  • G. J. H. Grubben, O. A. Denton. (2004). Vegetables. Backhuys Publishers. পৃ. 166
  • Ian W. B. Thornton. (1997). Krakatau. Harvard University Press. পৃ. 121, 155
  • C. P. Khare. (2008). Indian Medicinal Plants. Springer. পৃ. 132

সম্পৰ্কিত শ্ৰেণী

লতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেপেটা লতা” প্ৰবন্ধৰ সংশোধন ৬৩১৫৫৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।