অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বিশ্ৰবা

ঋষি বিশ্ৰবা (Vishrava) হ’ল ব্ৰহ্মাৰ পুত্ৰ ঋষি পুলস্ত্যৰ পুত্ৰ আৰু অগস্ত্য মুনিৰ ভাই। হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত উল্লিখিত ঋষি বিশ্ৰবা আছিল মুনিসকলৰ মাজৰ অতি গুৰুত্বপূৰ্ণ ঋষি। তেওঁ তপস্যাৰ বলত বিশেষ ক্ষমতাৰ অধিকাৰী হৈছিল।

হালনাগাদ: ২১ ছেপ্তেম্বৰ ২০২১ ৬১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ঋষি বিশ্ৰবা (Vishrava) হ’ল ব্ৰহ্মাৰ পুত্ৰ ঋষি পুলস্ত্যৰ পুত্ৰ আৰু অগস্ত্য মুনিৰ ভাই।১ হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত উল্লিখিত ঋষি বিশ্ৰবা আছিল মুনিসকলৰ মাজৰ অতি গুৰুত্বপূৰ্ণ ঋষি। তেওঁ তপস্যাৰ বলত বিশেষ ক্ষমতাৰ অধিকাৰী হৈছিল। ভৰদ্বাজ মুনি ঋষি বিশ্ৰবাৰ প্ৰতি আকৃষ্ট হৈ স্ত্ৰী স্বৰূপ নিজ কন্যা দেৱবৰ্ণিনীক অৰ্পণ কৰিছিল। দেৱবৰ্ণিনীৰ ঔৰসত কুবেৰৰ জন্ম হয়।২ কুবেৰ আছিল স্বৰ্ণলংকাৰ (লংকা) প্ৰকৃত ৰজা তথা ধন ঐশ্বৰ্যৰ ৰজা।১৩

ঋষি বিশ্ৰবাৰ সন্তান

+ঋষি বিশ্ৰবাৰ সন্তানসমূহ:২সন্তানকৈকেষী (মাতৃ)দেৱবৰ্ণিনী (মাতৃ)
পুত্ৰৰাৱণ, বিভীষণ, কুম্ভকৰ্ণকুবেৰ
পুত্ৰীশূৰ্পনখা

তথ্যসূত্ৰ

  1. ↑ Encyclopedia for Epics of Ancient India
  2. ↑ ঋষি বিশ্ৰবা
  3. ↑ Sage Vishrava Pulastya

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ৰবা” প্ৰবন্ধৰ সংশোধন ২৯৯২৭৫ (২১ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।