অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়

দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় (Dakshin Kamrup Girls' College) হৈছে ১৯৮৮ চনত স্থাপিত অসমৰ কামৰূপ জিলাৰ মিৰ্জাত অৱস্থিত এখন সাধাৰণ ডিগ্ৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় (Dakshin Kamrup Girls' College) হৈছে ১৯৮৮ চনত স্থাপিত অসমৰ কামৰূপ জিলাৰ মিৰ্জাত অৱস্থিত এখন সাধাৰণ ডিগ্ৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১২

বিভাগ

  • অসমীয়া
  • ইংৰাজী
  • অৰ্থনীতি
  • শিক্ষা
  • বুৰঞ্জী
  • হোম চায়েঞ্চ
  • গণ যোগাযোগ আৰু সাংবাদিকতা
  • দৰ্শন

মান্যতা

তথ্যসূত্ৰ

  1. ↑ Affiliated Colleges. Gauhati University
  2. ↑ Provincialised colleges affiliated to Gauhati University. Directorate of Higher Education, Assam
  3. ↑ CCycle211697. National Assessment and Accreditation Council

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮১৩০৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।