অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দংগল

দংগল (Dangal, অৰ্থ: মল্লযুদ্ধ) হৈছে ২০১৬ চনৰ ২৩ ডিচেম্বৰত মুক্তিপ্ৰাপ্ত ভাৰতীয় পৰিচালক নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ এখন জীৱনীবিষয়ক ক্ৰীড়াকেন্দ্ৰিক চলচ্চিত্ৰ।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২১ ৫৭ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

দংগল (Dangal, অৰ্থ: মল্লযুদ্ধ) হৈছে ২০১৬ চনৰ ২৩ ডিচেম্বৰত মুক্তিপ্ৰাপ্ত ভাৰতীয় পৰিচালক নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ এখন জীৱনীবিষয়ক ক্ৰীড়াকেন্দ্ৰিক চলচ্চিত্ৰ। আমিৰ খানে ছবিখনত মহাবীৰ সিং ফোগাটৰ চৰিত্ৰত অভিনয় কৰিছে যি তেওঁৰ দুইজনী জীয়েক গীতা ফোগাট আৰু ববিতা কুমাৰীক মল্লযুদ্ধৰ শিক্ষা প্ৰদান কৰে। ২০১০ চনৰ কমনৱেলথ গেমচত গীতাই স্বৰ্ণ পদক আৰু ববিতাই ৰূপৰ পদক অৰ্জন কৰিছিল।

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দংগল” প্ৰবন্ধৰ সংশোধন ৩০০৮০২ (২৬ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।