জোংখা (རྫོང་ཁ་; [dzòŋkʰɑ́]) হৈছে ভূটানৰ চৰকাৰী আৰু জাতীয় ভাষা। ইয়াক তিব্বতী লিপি ব্যৱহাৰ কৰি লিখা হৈছে।১
লিখনীৰ নমুনা
মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণাৰ ১ নং অনুচ্ছেদৰ জোংখা ভাষাত এটা নমুনা পাঠ তলত দিয়া হ’ল:
জোংখা ভাষা: འགྲོ་ བ་ མི་ རིགས་ ག་ ར་ དབང་ ཆ་ འདྲ་ མཏམ་ འབད་ སྒྱེཝ་ ལས་ ག་ ར་ གིས་ གཅིག་ ལུ་ སྤུན་ ཆའི་ དམ་ ཚིག་ བསྟན་ དགོ།
উচ্চাৰণ: ’Gro- ba- mi- rigs- ga- ra- dbaṅ- cha- ’dra- mtam- ’bad- sgyew- las- ga- ra- gis- gcig- lu- spun- cha’i- dam- tshig- bstan- dgo
অসমীয়া অনুবাদ: সকলো মানুহ জন্মতে মুক্ত আৰু স্বাভিমান আৰু অধিকাৰ সমান। তেওঁলোকে যুক্তি আৰু বিবেকেৰে সমৃদ্ধ আৰু ইজনে সিজনৰ প্ৰতি ভাতৃত্ববোধৰ মনোভাৱেৰে কাম কৰা উচিত।২
তথ্যসূত্ৰ
- ↑ (2008-07-18). Constitution of the Kingdom of Bhutan. Art. 1, § 8. Government of Bhutan
- ↑ Universal Declaration of Human Rights (Article 1) in Sino-Tibetan languages. omniglot.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোংখা ভাষা” প্ৰবন্ধৰ সংশোধন ৫২৯৫১৬ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।