অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ডেণ্ড্ৰ'বিয়াম ফুগাক্স

ডেণ্ড্ৰ'বিয়াম ফুগাক্স বা ফেডিং ডেণ্ড্ৰ'বিয়াম (Fading Dendrobium) হৈছে এবিধ পৰাশ্ৰয়ী অৰ্কিডৰ প্ৰজাতি। এই অৰ্কিডবিধ হিমালয় আৰু ইণ্ডো-চীন অঞ্চলত পোৱা যায়। ই অসম, ভূটান, ছিকিম, ম্যানমাৰ, থাইলেণ্ড, লাওছ আৰু ভিয়েটনামৰ থলুৱা প্ৰজাতি। গছৰ ডালত এই অৰ্কিডবিধে প্ৰাকৃতিকভাৱে আশ্ৰয় লয়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ৫৯ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ডেণ্ড্ৰ'বিয়াম ফুগাক্স বা ফেডিং ডেণ্ড্ৰ'বিয়াম (Fading Dendrobium) হৈছে এবিধ পৰাশ্ৰয়ী অৰ্কিডৰ প্ৰজাতি। এই অৰ্কিডবিধ হিমালয় আৰু ইণ্ডো-চীন অঞ্চলত পোৱা যায়। ই অসম, ভূটান, ছিক্কিম, ম্যানমাৰ, থাইলেণ্ড, লাউচ আৰু ভিয়েটনামৰ থলুৱা প্ৰজাতি। গছৰ ডালত এই অৰ্কিডবিধে প্ৰাকৃতিকভাৱে আশ্ৰয় লয়।১২

বিৱৰণ

এই অৰ্কিডবিধ শীত, বসন্ত আৰু গ্ৰীষ্মকালত ফুলে। পাতৰ গুৰিৰ ওচৰৰ পৰা ওলোৱা চুটি, একক পুষ্পদণ্ডত ইয়াৰ ফুল ফুলে। ফুলৰ ৰং বগা।১

তথ্যসূত্ৰ

  1. ↑ Fading Dendrobium. flowersofindia.net
  2. ↑ The Fading Flickingeria. orchidspecies.com

সম্পৰ্কিত শ্ৰেণী

অৰ্কিডঅসমত পোৱা অৰ্কিডসমূহসপুষ্পক উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেণ্ড্ৰ'বিয়াম ফুগাক্স” প্ৰবন্ধৰ সংশোধন ৫৪০৯৭০ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।