অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডগৰ টুডু

ডগৰমণি টুডু হৈছে এগৰাকী ভাৰতীয় চাঁওতালি চলচ্চিত্ৰ অভিনেত্ৰী আৰু গায়িকা। তেওঁ চাঁওতালি আৰু বাংলা গীতত কণ্ঠদান কৰে। বৰ্তমান তেওঁ ট্ৰাইব টিভিৰ বাতৰি পৰিৱেশক হিচাপে কাম কৰি আছে। দ্বাদশ দাদাচাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত "আশা" ছবিত অভিনয় কৰাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৫ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ডগৰমণি টুডু হৈছে এগৰাকী ভাৰতীয় চাঁওতালি চলচ্চিত্ৰ অভিনেত্ৰী আৰু গায়িকা। তেওঁ চাঁওতালি আৰু বাংলা গীতত কণ্ঠদান কৰে। বৰ্তমান তেওঁ ট্ৰাইব টিভিৰ বাতৰি পৰিৱেশক হিচাপে কাম কৰি আছে। দ্বাদশ দাদাচাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত "আশা" ছবিত অভিনয় কৰাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।১২৩৪৫

জীৱনী

১৯৯৮ চনৰ ১৮ মে’ত ভাৰতৰ পশ্চিম বংগৰ পুৰুলিয়া জিলাত ডগৰ টুডুৰ জন্ম হৈছিল। তেওঁ এগৰাকী চাঁওতালি অভিনেত্ৰী, চাঁওতালি আৰু বাংলা ভাষাৰ কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ পাশ্চাত্য সংগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু চাঁওতালি পৰম্পৰাগত গীত পৰিবেশন কৰে। তেওঁৰ প্ৰকৃত নাম ডগৰমণি টুডু।৬৭ তেওঁ ৰাণীবন্ধ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Dagar Tudu को 'आशा' में बेहतरीन एक्टिंग के लिए मिला अवॉर्ड,दादा साहब फाल्के पुरस्कार से किया गया सम्मानित. Prabhat Khabar
  2. ↑ (2022-05-19). Pallavi Dey-Dagar Tudu: ডগৰৰা যদি জিততে পাৰে, পল্লবীৰা কেন হাল ছেড়ে দেয়?. Zee24Ghanta.com
  3. ↑ সংবাদদাতা, নিজস্ব. সাঁওতালি ভাষায় কাজ কৰে ইতিমধ্যেই তাৰকা! পুৰুলিয়াৰ এই তৰুণী পেয়েছেন বহু পুৰস্কাৰ. www.anandabazar.com
  4. ↑ Singhal, Sadhika. (2022-05-23). Dagar Tudu Biography, Wiki, Age, Family, Height, Nationality
  5. ↑ Ganguly, Payel. (2022-05-18). Dagar Tudu: শ্ৰেষ্ঠ অভিনেত্ৰী সাঁওতালি ডগৰ. KEYখবৰ · Latest Bengali News
  6. ↑ Dagar Tudu. Sar Sagun Patrika
  7. ↑ SagunDD. (2020-09-01). পছন্দেৰ প্ৰিয় নায়িকা ডগৰ টুডু ট্ৰাইব টাইম টিভিৰ শুটিংয়ে. Sar Sagun Patrika

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীচাঁওতালি ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডগৰ টুডু” প্ৰবন্ধৰ সংশোধন ৫৩৭৪২১ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।