টিহু মহাবিদ্যালয় (Tihu College) হৈছে ১৯৬৩ চনত স্থাপিত অসমৰ নলবাৰীৰ টিহুত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১
বিভাগ
বিজ্ঞান
- প্ৰাণী বিজ্ঞান
- উদ্ভিদ বিজ্ঞান
- ৰসায়ন বিদ্যা
- কম্পিউটাৰ বিজ্ঞান
- পদাৰ্থ বিজ্ঞান
- গণিত
কলা আৰু বাণিজ্য
- অসমীয়া
- ইংৰাজী
- সংস্কৃত
- বুৰঞ্জী
- শিক্ষা
- অৰ্থনীতি
- দৰ্শন
- ৰাজনীতি
- ভূগোল
- বাণিজ্য
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিহু মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫২৩২৯৩ (১১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।