অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেমছ কুক

কেপ্টেইন জেমছ কুক এজন ব্ৰিটিছ অভিযানকাৰী, নাৱিক, নক্সাকাৰ তথা ৰাজকীয় নৌ বাহিনী অধিনায়ক আছিল। কুকে প্ৰশান্ত মহাসাগৰ ভ্ৰমণ কৰাৰ আগতে নিঊ ফাউণ্ডলেণ্ডৰ নিখুঁত নক্সা আঁকি ওলিয়াইছিল।

হালনাগাদ: ১৭ মে’ ২০২৫ ৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

কেপ্টেইন জেমছ কুক এজন ব্ৰিটিছ অভিযানকাৰী, নাৱিক, নক্সাকাৰ তথা ৰাজকীয় নৌ বাহিনী অধিনায়ক আছিল। কুকে প্ৰশান্ত মহাসাগৰ ভ্ৰমণ কৰাৰ আগতে নিঊ ফাউণ্ডলেণ্ডৰ নিখুঁত নক্সা আঁকি ওলিয়াইছিল। অষ্ট্ৰেলিয়াৰ পূৱ পাৰ আৰু হাৱায় দ্বীপ ভ্ৰমণ কৰা তেওঁ প্ৰথম ইউৰোপীয় আৰু নিউজিলেণ্ডৰ সমগ্ৰ ভূমিখণ্ডৰ কাষেদি ভ্ৰমণৰ সাক্ষী বহন কৰাও প্ৰথমজন লোক।

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তিঅভিযাত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেমছ কুক” প্ৰবন্ধৰ সংশোধন ৫০৯৭২৩ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।