অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জিন্দেগী (শ্ৰব্য এলবাম)

জিন্দেগী হ'ল ২০০৭ চনত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ এখন এলবাম। এলবামটোত জুবিন গাৰ্গৰ উপৰিও পাকিস্তানী কণ্ঠশিল্পী ছফাকত আমানত আলী খান আৰু দক্ষিণ ভাৰতৰ গায়িকা কে. এছ. চিত্ৰাই কণ্ঠ নিগৰাইছে।

হালনাগাদ: ২১ মে’ ২০২৫ ৩০ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জিন্দেগী১ হ'ল ২০০৭ চনত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ এখন এলবাম। এলবামটোত জুবিন গাৰ্গৰ উপৰিও পাকিস্তানী কণ্ঠশিল্পী ছফাকত আমানত আলী খান আৰু দক্ষিণ ভাৰতৰ গায়িকা কে. এছ. চিত্ৰাই কণ্ঠ নিগৰাইছে।

গীতসমূহৰ তালিকা

গীতকণ্ঠশিল্পীদৈৰ্ঘ্যকথা
জিয়া লাগে নাজুবিন গাৰ্গ৪:৩৮সুনিল ভাটিয়া
জিয়া ৰে জিয়া ৰে২৫:২৪সুনিল ভাটিয়া
নজাৰে কৰম হো৩৪:১৭সুনিল ভাটিয়া
পল পল বেকলচিত্ৰা৪:০৯সুনিল ভাটিয়া
শাম ধল জায়ে৪চিত্ৰা৫:০৪ৰবি বাছনেট
টু হি টু হ্যে৫ছফাকত আমানত আলী খান৪:৫৫ৰবি বাছনেট
উড়তে পৰিণ্ডো কে৬জুবিন গাৰ্গ৪:২০ৰবি বাছনেট
জিন্দেগী কহী গুম হ্যে৭জুবিন গাৰ্গ৩:৪৩ছাবিৰ আহমেদ
জিন্দেগী কহী গুম হ্যে (ৰিমিক্স)৮জুবিন গাৰ্গ৫:০১ছাবিৰ আহমেদ

তথ্যসূত্ৰ

  1. ↑ Zubeen Garg launches new album. radioandmusic
  2. ↑ Jia Re Jia. Gaana.com
  3. ↑ Nazaren Karam Ho Song Info. Gaana.com
  4. ↑ Shaam Dhal Jaye Song Info. Gaana.com
  5. ↑ Tu Hi Tu Hai Song Info. Gaana.com
  6. ↑ Udte Parindon Ke Song Info. Gaana.com
  7. ↑ Zindagi Kahin Gum Hai Song Info. Gaana.com
  8. ↑ Zindagi Kahin Gum Hai (Remix) Song Info. Gaana.com

সম্পৰ্কিত শ্ৰেণী

জুবিন গাৰ্গৰ এলবাম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিন্দেগী (শ্ৰব্য এলবাম)” প্ৰবন্ধৰ সংশোধন ৫১০৯৩২ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।