অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিণ্টিমণি কলিতা

জিণ্টিমণি কলিতা (ইংৰাজী: Jintimani Kalita; জন্ম: ২৫ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ অসম আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলে। তেওঁ সোঁহতীৰ মধ্যম গতিৰ বলাৰ আৰু বাওঁহতীৰ বেটছমেন হিচাপে খেলে।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জিণ্টিমণি কলিতা (ইংৰাজী: Jintimani Kalita; জন্ম: ২৫ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ অসম আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলে।১২ তেওঁ সোঁহতীৰ মধ্যম গতিৰ বলাৰ আৰু বাওঁহতীৰ বেটছমেন হিচাপে খেলে।৩

প্ৰাৰম্ভিক জীৱন

২০০৩ চনৰ ২৫ ডিচেম্বৰত অসমৰ মঙলদৈ জিলাত জিণ্টিমণি কলিতাৰ জন্ম হৈছিল। সৰুতে তেওঁ কেতিয়াও কোনো নতুন কাপোৰ বা গহনা ভাল পোৱা নাছিল। ক্ৰিকেটৰ খেলত বেটিং কৰাৰ প্ৰতি তেওঁৰ আকৰ্ষণ আছিল।৪

কেৰিয়াৰ

২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা মহিলা প্ৰিমিয়াৰ লীগৰ উদ্বোধনী নিলামত জিণ্টিমণি কলিতাক মুম্বাই ইণ্ডিয়ানছে ১০ লাখ টকাত ক্ৰয় কৰিছিল।৫৬

তথ্যসূত্ৰ

  1. ↑ Jintimani Kalita Profile. ESPNcricinfo
  2. ↑ Living The Dream: WPL Player Jintimani Kalita Once Thought Women Could Not Play Cricket. She the people
  3. ↑ Jintimani Kalita Profile. ESPNcricinfo
  4. ↑ (9 March 2023). Jintimani Kalita: Girl who refused to dress up makes Assam proud in WPL. The Bridge
  5. ↑ WPL Auction 2023. Cricbuzz
  6. ↑ Jintimani Kalita Profile. News18 हिंदी

সম্পৰ্কিত শ্ৰেণী

অসমৰ ক্ৰিকেটাৰভাৰতীয় ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিণ্টিমণি কলিতা” প্ৰবন্ধৰ সংশোধন ৫৯৮৭৪৮ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।