ছংক্ৰান (Songkran) হৈছে থাইলেণ্ড, লাউচ, কম্বোডিয়া, ম্যানমাৰ, শ্ৰীলংকা, উত্তৰ-পূব ভাৰতৰ কিছু অংশ, ভিয়েটনামৰ কিছু অংশ আৰু চীনৰ জিচুয়াংবান্নাত উদযাপন কৰা পৰম্পৰাগত নৱবৰ্ষৰ উৎসৱ।১২ ছংক্ৰান শব্দটোৰ মূল হৈছে সংস্কৃত ভাষাৰ সংক্ৰান্তি। পাৰ্শ্বীয় জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি যেতিয়া সূৰ্যই মেষ ৰাশিৰ নক্ষত্ৰমণ্ডলীলৈ গতি কৰে তেতিয়াই ছংক্ৰানৰ আৰম্ভণি হয়।৩ দক্ষিণ এছিয়াৰ অধিকাংশ অঞ্চলৰ হিন্দু দিনপঞ্জী-আধাৰিত নৱবৰ্ষ উৎসৱ বা মেষ সংক্ৰান্তিৰ সৈতে ছংক্ৰানৰ সম্পৰ্ক দেখা যায়।
বিভিন্ন দেশত
- চৌল চাম মে, কম্বোডিয়া
- পি মাই, লাওছ
- আলুথ আভুৰুড্ডা, শ্ৰীলংকা
- ছংক্ৰান, থাইলেণ্ড
- থিংয়ান, ম্যানমাৰ
- চাংকেন, অৰুণাচল প্ৰদেশ আৰু অসম
- পানী ছটিওৱা উৎসৱ, চীনৰ জিশ্বুৱাংবানা আৰু ভিয়েটনামৰ উত্তৰাঞ্চল৪৫
তথ্যসূত্ৰ
- ↑ (February 2010). 制造传统 关于傣族泼水节及其相关新年话语的研究. Open Times
- ↑ Donald K. Swearer The Buddhist World of Southeast Asia. Ahandfulofleaves.org
- ↑ Archived copy
- ↑ Planet, Lonely. (21 March 2011). The Dai water-splashing festival: where China meets Southeast Asia. Lonely Planet
- ↑ Archived copy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছংক্ৰান” প্ৰবন্ধৰ সংশোধন ৩৮০৮৯৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।