অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঝাও লুচি

ঝাও লুচি (; জন্ম: ৯ নৱেম্বৰ ১৯৯৮), ৰ’জি ঝাও নামেৰে পৰিচিত, এগৰাকী চীনা অভিনেত্ৰী আৰু গায়িকা। তেওঁ দ্য ৰোমাঞ্চ অৱ টাইগাৰ এণ্ড ৰোজা (২০২০), ডেটিং ইন দ্য কিচেন (২০২০), দ্য লং বেলাড (২০২১), হু ৰুলচ দ্য ৱাৰ্ল্ড (২০২২), লভ লাইক দ্য গেলেক্সি (২০২২), হিডেন লভ (২০২৩), আৰু দ্য ষ্ট'ৰী অৱ পাৰ্ল গাৰ্ল (২০২৪)-ৰ…

হালনাগাদ: ১ আগষ্ট ২০২৫ ২৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ঝাও লুচি (; জন্ম: ৯ নৱেম্বৰ ১৯৯৮), ৰ’জি ঝাও নামেৰে পৰিচিত, এগৰাকী চীনা অভিনেত্ৰী আৰু গায়িকা।১

তেওঁ দ্য ৰোমাঞ্চ অৱ টাইগাৰ এণ্ড ৰোজা (২০২০), ডেটিং ইন দ্য কিচেন (২০২০), দ্য লং বেলাড (২০২১), হু ৰুলচ দ্য ৱাৰ্ল্ড (২০২২), লভ লাইক দ্য গেলেক্সি (২০২২),২৩ হিডেন লভ (২০২৩), আৰু দ্য ষ্ট'ৰী অৱ পাৰ্ল গাৰ্ল (২০২৪)-ৰ দৰে জনপ্ৰিয় নাটকত অভিনয় কৰাৰ বাবে পৰিচিত।

২০২৩ চনত ঝাও লুচি
২০২৩ চনত ঝাও লুচিছবি: YouTube: 粉絲求合照狠被助理拒絕! 反被趙露思「一舉動」暖哭 – View/save archived versions on archive.org · CC BY 3.0

কেৰিয়াৰ

ঝাও লুচিয়ে ২০১৬ চনত চিনো ৱেব শ্ব’ "ছুপাৰ ষ্টাৰ একাডেমী"ৰ জৰিয়তে অভিনয় জগতে প্ৰৱেশ কৰে। পিছত, ২০১৮ চনত অ’! মাই এম্পাৰ’ৰ নাটকত মুখ্য চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে। ২০২০ চনত দ্য ৰোমেঞ্চ অব টাইগাৰ এণ্ড ৰ'জ নাটকে তেওঁৰ কৃতিত্বক নতুন উচ্চতালৈ লৈ যায়।

২০২১ আৰু ২০২২ চনত দ্য লং বেলাড, হু ৰুলচ দ্য ৱাৰ্ল্ড, আৰু লভ লাইক দ্য গেলেক্সি নাটকে তেওঁক চীনা বিনোদন জগতৰ এগৰাকী অগ্ৰণী অভিনেত্ৰীৰূপে প্ৰতিষ্ঠিত কৰে। ২০২৩ চনত হিডেন লভ নাটকত অভিনয় কৰি তেওঁ আৰু অধিক প্ৰশংসা লাভ কৰে।

২০২৪ চনত, দ্য ষ্ট'ৰি অব পাৰ্ল গাৰ্ল নাটকত মুখ্য চৰিত্ৰত অভিনয় কৰি, তেওঁ অভিনয় জগতত নিজৰ স্থান অধিক শক্তিশালী কৰে।

স্বাস্থ্য সমস্যা আৰু পুনৰাগমন

ডিচেম্বৰ ২০২৪ চনত, ঝাও লুচিয়ে স্বাস্থ্যজনিত সমস্যাৰ বাবে সকলো ব্যৱসায়িক কাৰ্যকলাপ অৱস্থান কৰে। প্ৰতিবেদনসমূহত উল্লেখ কৰা হয় যে, তেওঁ এফেছিয়া ৰোগত আক্ৰান্ত হৈছিল, আৰু ২০১৯ চনৰ পৰা ডিপ্ৰেছন (উদ্বেগজনিত ৰোগ) ৰ সৈতে যুঁজ দি আহিছে, যাৰ মূল কাৰণ আছিল পৰিয়ালৰ কিছু সদস্যৰ মৃত্যু।৪৫৬

২৫ জানুৱাৰী ২০২৫ চনত, ঝাও লুচিয়ে নিজৰ পুনৰ উদ্ধাৰৰ পিছত প্ৰথমবাৰৰ বাবে এক জনহিতৈষী অনুষ্ঠানত উপস্থিত হয় আৰু সংবাদমাধ্যমৰ আগত নিজৰ স্বাস্থ্য আৰু পুনৰুদ্ধাৰৰ বিষয়ে কথা কয়।৭ ফেব্ৰুৱাৰী মাহত, তেওঁ স্বেচ্ছাসেৱী কাৰ্যকলাপো পুনৰ আৰম্ভ কৰে।৮

পুৰস্কাৰ আৰু মনোনয়ন

বছৰপুৰস্কাৰশ্ৰেণীমনোনয়নফলাফলRef.
২০১৯গ’ল্ডেন বাড - দ্য থাৰ্ড নেটৱৰ্ক ফিল্ম এণ্ড টেলিভিছন মহোৎসৱনতুন অভিনেতা পুৰস্কাৰওহ! মাই এম্পেৰৰবিজয়ী
২০২০৭ম চীনৰ অভিনেতা পুৰস্কাৰ সমাৰোহশ্ৰেষ্ঠ অভিনেত্ৰী (ৱেব ছিৰিজ)দ্য ৰোমেন্স অব টাইগাৰ এণ্ড ৰ’জমনোনীত৯
২৯তম হুৱাডিং পুৰস্কাৰশ্ৰেষ্ঠ নতুন অভিনেত্ৰীমনোনীত
২৯তম হুৱাডিং পুৰস্কাৰশ্ৰেষ্ঠ অভিনেত্ৰী (চীন ঐতিহাসিক থিম নাটক)মনোনীত
হেংডিয়ান চলচ্চিত্ৰ আৰু টিভি মহোৎসৱশ্ৰেষ্ঠ অভিনেত্ৰীবিজয়ী
টেন্সেন্ট ভিডিঅ’ অল ষ্টাৰ এৱাৰ্ডছ ২০২০বৰ্ষৰ উন্নতি সাধন কৰা অভিনেতাবিজয়ী
২০২১২য় পিপল’ছ ডেইলি ডিজিটেল কমিউনিকেচন এণ্ড ফিউশন স্ক্ৰিন ছাৰিম’নিগতিশীল অভিনেত্ৰীN/Aবিজয়ী
দৌইন ষ্টাৰ নাইট ২০২১বৰ্ষৰ উজ্বল অভিনেতাN/Aবিজয়ী
ছিওল আন্তৰ্জাতিক নাট্য মহোৎসৱএছিয়ান ষ্টাৰ এৱাৰ্ডদ্য লং বেলাডবিজয়ী
২০২২১৮তম চাইনিজ আমেৰিকান টিভি মহোৎসৱ - গ’ল্ডেন এঞ্জেল এৱাৰ্ডবিশিষ্ট অভিনেত্ৰীলভ লাইক দ্য গেলেক্সিবিজয়ী
১৩তম মাকাউ আন্তৰ্জাতিক টেলিভিছন মহোৎসৱশ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীমনোনীত
৩৫তম হুৱাডিং পুৰস্কাৰশ্ৰেষ্ঠ অভিনেত্ৰী (চীন ঐতিহাসিক থিম নাটক)মনোনীত
ৱেইব’ টিভি & ইন্টাৰনেট ভিডিঅ’ ছামিট ২০২২বৰ্ষৰ বিশিষ্ট অভিনেতা/অভিনেত্ৰীN/Aবিজয়ী
এছিয়ান ২০২২ সম্পাদকৰ বিচাৰিত পুৰস্কাৰকেমিষ্ট্ৰি মিচেলিন এৱাৰ্ডহু ৰুলছ দ্য ৱ’ৰ্ল্ডবিজয়ী

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (March 11, 2021). ঝাও লুচি (ৰ’জি)ৰ জীৱনী আৰু তথ্য
  2. ↑ (June 26, 2023). 《偷偷藏不住》 তীব্ৰ জনপ্ৰিয়তা লাভ কৰিছে! ঝাও লুচিৰ অভিনয়ে দৰ্শকক মোহিত কৰিছে. Marie Claire 美麗佳人
  3. ↑ (July 14, 2023). নতুন যুগৰ অভিনেতা! ঝাও লুচিৰ "Hidden Love"ত বিশেষ অভিনয়. ELLE
  4. ↑ চীনা অভিনেত্ৰী ঝাও লুচিয়ে ডিপ্ৰেছনত আক্ৰান্ত আৰু দৈহিক নিৰ্যাতনৰ চিকাৰ. CNA Lifestyle
  5. ↑ ঝাও লুচিৰ স্বাস্থ্যৰ অৱস্থা. Zaobao
  6. ↑ (9 January 2025). ভাৰতীয় সংস্থাৰ নিৰ্যাতন আৰু মানসিক চাপৰ বাবে অভিনয়ৰ পৰা অৱস্থান. South China Morning Post
  7. ↑ (2025-01-26). ঝাও লুচিয়ে স্বাস্থ্য সমস্যাৰ পিছত আনুষ্ঠানিকভাৱে কামত উভতি আহিল. Red Star News
  8. ↑ (2025-02-19). ঝাও লুচিয়ে পৰ্বতীয়া অঞ্চলত জনহিতৈষী কামত ব্যস্ত, সাধাৰণ ৰূপত হাজিৰ. 163.com
  9. ↑ (September 15, 2020). 第七届"中国电视好演员奖"候选名单,易烊千玺马思纯等超百名演员入围. Chongqing Chongbao

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীসমাজকৰ্মীচীনা অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝাও লুচি” প্ৰবন্ধৰ সংশোধন ৫২৯৩৯৩ (১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।