টেনজিং গিয়াত্ ছো হৈছে চতুৰ্দশ দালাই লামা। তেখেত ১৯৫৯ চনত তিব্বতৰ পৰা প্ৰস্থান কৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰে। তিব্বতৰ শান্তিৰক্ষাৰ ক্ষেত্ৰত অবদানৰ বাবে তেখেতক শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।
বাহ্যিক সংযোগ
- Collection of speeches and letters
- H.H. the Fourteenth Dalai Lama Tenzin Gyatso – at Rigpa Wiki
- Photographs of the Dalai Lama's visit to UC Santa Cruz, October 1979 from the UC Santa Cruz Library's Digital Collections
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেনজিং গিয়াত্ ছো” প্ৰবন্ধৰ সংশোধন ৫২২৩০৪ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।