চেতনা ( Chetna ) ১৯৭০ চনত নিৰ্মিত বলীউডৰ এখন নাট্যধৰ্মী ছবি, পৰিচালক আছিল বি.আৰ. ইছাৰা। ১ অভিনয় কৰিছে শত্ৰুঘ্ন সিনহা, অনিল ধৱন আৰু ৰেহানা চুলতানে। ২ ছবিখনৰ কাহিনী বেশ্যাৰ পুনৰ্বাসনৰ বিষয়টোক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে। অভিনেত্ৰী ৰেহানা চুলতানৰ সাহসিক দৃশ্যৰ বাবে চেতনা অধিক বিখ্যাত। ছবিখনে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰৰ কাৰ্যতঃ অন্ত পেলাইছিল; কাৰণ ইয়াৰ পিছত তেওঁক টাইপকাষ্ট কৰা হৈছিল। ৩
ইয়াৰ এটা গীত "মেই তো হৰ মোড় পৰ তুঝকো দুংগা সদা" গায়ক মুকেশৰ সৰ্বকালৰ স্মৰণীয় আৰু জনপ্ৰিয় গীত।
অভিনয়
- অনিল ধবন (ৰমেশ)
- শত্ৰুঘ্ন সিনহা (সীমা)
- ৰেহানা চুলতান (নিৰ্মলা)
- নাদিৰা
- লক্ষ্মী ছায়া
- অসিত সেন
- মনমোহন কৃষ্ণ
তথ্যসূত্ৰ
- ↑ Subhash K Jha. (27 Jul 2012). Anil Dhawan remembers late B R Ishara. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Vijay Lokapally. (2 August 2012). Spreading Chetna!. The Hindu
- ↑ Anupama Chopra. (28 September 2011). Why Silk Smitha is Bollywood's favourite bad girl. NDTV Movies
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেতনা (১৯৭০ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৬১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।