অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চিৰশ্ৰী অঞ্চন

চিৰশ্ৰী অঞ্চন হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তুলু, কন্নড়, তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে।

হালনাগাদ: ২৫ মাৰ্চ ২০২৫ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

চিৰশ্ৰী অঞ্চন হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তুলু ভাষা, কন্নড় ভাষা, তেলুগু ভাষা আৰু তামিল ভাষা চলচ্চিত্ৰত অভিনয় কৰে।১

প্ৰাৰম্ভিক জীৱন

চিৰশ্ৰী আঁচনৰ জন্ম টুলু ভাষী বিল্লৱ পৰিয়ালত মেংগালুৰুত হৈছিল, তেওঁ মধুসূদন আঁচন আৰু পূৰ্ণিমা মধুৰ জীয়াৰী।২

অভিনয় জীৱন

তেওঁ তেওঁৰ অভিনয় জীৱন পৱিত্ৰ (2016) নামৰ টুলু ছবিৰে আৰম্ভ কৰে, যি বক্স অফিচত সফল হয়। তাৰ পিছত তেওঁ ৰাম্বাৰুটি (2016) ছবিত অভিনয় কৰে।৩৪

চিত্ৰপঞ্জী

বছৰচলচ্চিত্ৰপৰিচালকভাষাউৎস
2016পৱিত্ৰনাগা বেঙ্কটেশতুলু ভাষা৩
2016ৰাম্বাৰুটিপ্ৰাজৱল কুমাৰতুলু২
2016কল্পনা ২আৰ. আনন্থ ৰাজুকন্নড় ভাষা
2017আমে আথাদাইথেসূৰ্য নাৰায়ণতেলুগু ভাষা
2017হুলিৰায়াঅৰবিন্দ কৌশিককন্নড়
2018কৰ্ণেতুলু৫
2019উডুম্বাকন্নড়
2019আগভানতামিল ভাষা
2020কালিভীৰঅভিৰামকন্নড়
2022ইনামদাৰ (২০২৩ চলচ্চিত্ৰ)সন্দেশ শেঠীকন্নড়

বঁটা

চিৰশ্ৰী 'ভিউয়াৰ্ছ চইচ বেষ্ট এক্ট্ৰেছ' বঁটা লাভ কৰিছিল। তেওঁ 'পৱিত্ৰ' ছবিৰ বাবে ২০১৮ চনত Red FM চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাও লাভ কৰে।৩

তথ্যসূত্ৰ

  1. ↑ Mangaluru: Coastalwood talent Chirashree going places. daijiworld.com
  2. ↑ (26 April 2018). Metrolife: For Chirashree, home is where the heart is. Deccan Herald
  3. ↑ Chirashree Anchan bags Best actress for ‘Pavithra’ at RED FM Tulu Awards 2018. daijiworld.com
  4. ↑ Mangaluru: Trailer of Chirashree Anchan starrer Kannada film 'Udumba' released. daijiworld.com
  5. ↑ Mangaluru: Chirashree Anchan to star opposite Arjun Kapikad in ‘Karne’. daijiworld.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীতুলু চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীকন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিৰশ্ৰী অঞ্চন” প্ৰবন্ধৰ সংশোধন ৪৯৭০৪২ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।