চিলাৰায় মহাবিদ্যালয় (Chilarai College) হৈছে ১৯৭৩ চনত স্থাপিত অসমৰ ধুবুৰীৰ গোলকগঞ্জত অৱস্থিত স্নাতক মহলাৰ সহ-শিক্ষাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷১
বিভাগ
কলা আৰু ব্যৱস্থাপনা
- অসমীয়া
- বঙালী
- ইংৰাজী
- সংস্কৃত
- বুৰঞ্জী
- শিক্ষা
- অৰ্থনীতি
- ৰাজনীতি বিজ্ঞান
- ব্যৱস্থাপনা
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিলাৰায় মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮০৮৪০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।