অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চিবিএচ

চিবিএচ ব্ৰড্‌কাষ্টিং ইনকৰ্পৰেশ্যন (চমুকৈ চিবিএচ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটি প্ৰধান টেলিভিজন নেটৱৰ্ক। ইয়াৰ আৰম্ভণি ঘটিছিল এটি ৰেডিঅ' নেটৱৰ্ক ৰূপে। চিবিএচ নামতো আহে ইয়াৰ আগৰ নাম কলম্বিয়া ব্ৰড্‌কাষ্টিং চিষ্টেমৰ প্ৰাৰম্ভিক বৰ্ণকেইটাৰ পৰা।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৬৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

চিবিএচ ব্ৰড্‌কাষ্টিং ইনকৰ্পৰেশ্যন (চমুকৈ চিবিএচ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটি প্ৰধান দূৰদৰ্শন নেটৱৰ্ক। ইয়াৰ আৰম্ভণি ঘটিছিল এটি অনাতাঁৰ প্ৰযুক্তি নেটৱৰ্ক ৰূপে। চিবিএচ নামতো আহে ইয়াৰ আগৰ নাম কলম্বিয়া ব্ৰড্‌কাষ্টিং চিষ্টেমৰ প্ৰাৰম্ভিক বৰ্ণকেইটাৰ পৰা। ইয়াৰ ল'গ'টোৰ আকৃতি চকুৰ দৰে বাবে মাজে সময়ে ইয়াক "আই (চকু) নেটৱৰ্ক" নামেৰেও চিহ্নিত কৰা হয়।

তথ্যসূত্ৰ

আৰু পঢ়ক

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

টেলিভিছন চেনেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিবিএচ” প্ৰবন্ধৰ সংশোধন ৬৩০৯৯৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।