অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ষ্টাৰপ্লাছ

ষ্টাৰপ্লাছ (StarPlus) হৈছে এটা ভাৰতীয় মনোৰঞ্জনধৰ্মী মাচুলযুক্ত দূৰদৰ্শন চেনেল। ইয়াৰ গৰাকী হৈছে দ্য ৱল্ট ডিজনী কোম্পানী ইণ্ডিয়াৰ গৌণ কোম্পানী ষ্টাৰ ইণ্ডিয়া। এই চেনেলটোত নাটক, কৌতুকধৰ্মী অনুষ্ঠান, ৰিয়েলিটী শ্ব', আৰু চলচিত্ৰ সম্প্ৰচাৰিত হয়।

হালনাগাদ: ২ আগষ্ট ২০২৫ ৩২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ষ্টাৰপ্লাছ (StarPlus) হৈছে এটা ভাৰতীয় মনোৰঞ্জনধৰ্মী মাচুলযুক্ত দূৰদৰ্শন চেনেল। ইয়াৰ গৰাকী হৈছে দ্য ৱল্ট ডিজনী কোম্পানী ইণ্ডিয়াৰ গৌণ কোম্পানী ষ্টাৰ ইণ্ডিয়া। এই চেনেলটোত নাটক, কৌতুকধৰ্মী অনুষ্ঠান, ৰিয়েলিটী শ্ব', আৰু চলচিত্ৰ সম্প্ৰচাৰিত হয়।১

তথ্যসূত্ৰ

  1. ↑ Description about the Channel Star Plus. Times Of India

সম্পৰ্কিত শ্ৰেণী

টেলিভিছন চেনেলপোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্টাৰপ্লাছ” প্ৰবন্ধৰ সংশোধন ৫২৯৮০৬ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।