অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

চিত্ৰ চিন্তা

চিত্ৰ চিন্তা (Chitra Chinta) গৌহাটী চাইন ক্লাৱৰ দ্বাৰা বছৰেকীয়া ভাৱে প্ৰকাশিত এখন চলচ্চিত্ৰ আলোচনী। এই আলোচনীখনৰ গুৰিধৰোঁতা আছিল অসমৰ উল্লেখযোগ্য চলচ্চিত্ৰ নিৰ্মাতা ড° ভবেন্দ্ৰ নাথ শইকীয়া। তেখেতে এই আলোচনীখন প্ৰথমৰ খণ্ড কেইটা নিয়মিতভাৱে প্ৰকাশ কৰিছিল।

হালনাগাদ: ২৬ মাৰ্চ ২০২৪ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

চিত্ৰ চিন্তা (Chitra Chinta) গৌহাটী চাইন ক্লাৱৰ দ্বাৰা বছৰেকীয়া ভাৱে প্ৰকাশিত এখন চলচ্চিত্ৰ আলোচনী। এই আলোচনীখনৰ গুৰিধৰোঁতা আছিল অসমৰ উল্লেখযোগ্য চলচ্চিত্ৰ নিৰ্মাতা ড° ভবেন্দ্ৰ নাথ শইকীয়া। তেখেতে এই আলোচনীখন প্ৰথমৰ খণ্ড কেইটা নিয়মিতভাৱে প্ৰকাশ কৰিছিল। বৰ্তমান এই আলোচনীখন এখন পৰিপূৰ্ণ চলচ্চিত্ৰ আলোচনীলৈ পৰিণত হৈছে। এই আলোচনীখনে প্ৰাগ চিনে বঁটাৰ দৰে সন্মানীয় বঁটা লাভ কৰিব সক্ষম হৈছিল।১

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Chitra Chinta. GCC

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিত্ৰ চিন্তা” প্ৰবন্ধৰ সংশোধন ৪১৪৫৪৯ (২৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।