গোৱালপাৰা জিলা
১১ প্ৰবন্ধ
-
গোৱালপাৰা জিলা
গোৱালপাৰা জিলা অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন প্ৰশাসনিক জিলা, যাৰ সদৰ গোৱালপাৰা নগৰত। ইতিহাস, ভাষা-সংস্কৃতি আৰু নদীনিৰ্ভৰ ভূ-প্ৰকৃতিৰ বাবে এই জিলা পশ্চিম অসমৰ এক গুৰুত্বপূৰ্ণ অঞ্চল।
-
দুধনৈ
দুধনৈ অসমৰ গোৱালপাৰা জিলাৰ এক অঞ্চল। দুধনৈ গোৱালপাৰা জিলাৰ এক ৰাজহ চক্ৰ আৰু উন্নয়ন খণ্ড।
-
জলেশ্বৰ বিধানসভা সমষ্টি
জ্বলেশৰ (বিধান সভা সমষ্টি) অসম বিধানসভাৰ ১২৬খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৩৯ হৈছে জ্বলেশৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। জ্বলেশৰ গোৱালপাৰা জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ অন্যতম। ই ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
শ্ৰী সূৰ্য পাহাৰ
শ্ৰী সূৰ্য পাহাৰ (Sri Surya Pahar) গোৱালপাৰা নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দক্ষিণ-পূব আৰু ইয়াৰ ওচৰতে বঙাইগাঁও জিলা। গুৱাহাটীৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ উত্তৰ-পশ্চিমত, ভাৰতৰ অসমৰ এখন উল্লেখযোগ্য স্থান।
-
গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি
গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি (Goalpara West Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ খন বিধানসভাৰ সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো গোৱালপাৰা জিলাত অৱস্থিত আৰু ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।
-
গোৱালপাৰা পূব বিধানসভা সমষ্টি
গোৱালপাৰা পূব বিধানসভা সমষ্টি (Goalpara East Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো অসম বিধানসভাৰ এক নিৰ্বাচন ক্ষেত্ৰ। গোৱালপাৰা পূব সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
-
টুক্ৰেশ্বৰী দেৱালয়
টুক্ৰেশ্বৰী দেৱালয় হৈছে গোৱালপাৰা চহৰৰ পৰা প্ৰায় ২৪ কিলোমিটাৰ দক্ষিণ-পূৱত টুক্ৰেশ্বৰী পাহাৰত অৱস্থিত এখন দেৱালয়।
-
দুধনৈ বিধানসভা সমষ্টি
দুধনৈ বিধানসভা সমষ্টি (Dudhnai Assembly constituency) উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমৰ ১২৬খন বিধানসভা আসনৰ ভিতৰত অন্যতম। ই ১৫ নম্বৰ বিধানসভা সমষ্টি হিচাপে চিহ্নিত। এই সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ই গোৱালপাৰা জিলাত অৱস্থিত আৰু গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।
-
দ'দান থান
অসমৰ গোৱালপাৰা জিলাৰ আগিয়াৰ পৰা ১৮ কিলোমিটাৰ আঁতৰত অৱস্থিত বায়দাত অৱস্থিত এখন থান হ'ল শ্ৰীশ্ৰী ৰিছি আশ্ৰিত দ'দান থান৷ প্ৰতিবছৰে ফাগুনৰ শুক্লা মহাষ্টমীৰ পৰা একাদশীলৈ ইয়াত এখন মেলা উদযাপন কৰা হয়৷ ১৯৭১ চনৰ পৰা ৰাভাসকলে পৰম উলহ-মালহেৰে ইয়াক জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে৷ এই মেলাত শিৱৰ (ৰিছি)…
-
অবিভক্ত গোৱালপাৰা জিলা
অবিভক্ত গোৱালপাৰা জিলা (পূৰ্বতে: উত্তৰ-পূব ৰংপুৰ জিলা) বৰ্তমান ভাৰতৰ অসম ৰাজ্যৰ এখন পুৰণি জিলা। ব্ৰিটিছ ঔপনিৱেশিক অসমৰ শাসকসকলে ইয়াক ব্ৰিটিছ শাসিত বংগৰ বৃহত্তৰ ৰংপুৰ জিলাৰ পৰা পৃথক কৰি অসমৰ লগত সংযুক্ত কৰি এই জিলাখন গঠন কৰিছিল।
-
সাত বইনী পাহাৰ
সাত বইনী পাহাৰ অসমৰ গোৱালপাৰা জিলাৰ বান্দৰ্শী মৌজাৰ দেউৰীপাৰাত শ্ৰীশ্ৰীআই ভগৱতী থান (আইথান)ৰ পূৱত গাতে লাগি থকা এটি সৰু টিলা পাহাৰটোৰ দক্ষিণ-পশ্চিম অংশত এই "সাতবইনী" গোঁসানীক এটা সময়ত পূজা কৰিছিল আৰু দেৱী গোঁসানীৰ থাপনা এই পাহাৰত আছিল বাবে পাহাৰটিৰ নাম সাত বইনী পাহাৰ।