অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গে গে

গে গে (ဂေဂေး) এগৰাকী বাৰ্মীজ গায়িকা। তেওঁৰ প্ৰথম এলবাম "নিন থাৰ শি ইয়িন" ২০১৫ চনত মুক্তি লাভ কৰিছিল। ২০১৭ চনত তেওঁৰ দ্বিতীয় এলবাম ইনখোন লোট ম্হা হোটেয়ালাৰ মুক্তি লাভ কৰে।

হালনাগাদ: ২৮ অক্টোবৰ ২০২৫ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

গে গে (ဂေဂေး) এগৰাকী বাৰ্মীজ গায়িকা। তেওঁৰ প্ৰথম এলবাম "নিন থাৰ শি ইয়িন" ২০১৫ চনত মুক্তি লাভ কৰিছিল।১ ২০১৭ চনত তেওঁৰ দ্বিতীয় এলবাম ইনখোন লোট ম্হা হোটেয়ালাৰ মুক্তি লাভ কৰে।২৩

ডিছক'গ্ৰাফি

একক এলবাম

  • নিন থাৰ শি ইয়িন (နင်သာရှိရင်) (২০১৫)
  • ইনখোন লোট ম্হা হোটেয়ালাৰ (ရင်ခုန်လို့မှဟုတ်ရဲ့လား) (২০১৭)
  • ফ্ৰেইণ্ড (২০১৯)

যুগল এলবাম

  • নাৰ মাল কিয়ে (နာမည်ကြီး) (২০১৯)৩

ব্যক্তিগত জীৱন

তেওঁ মডেল শ্বে জিন হ্টেটৰ সৈতে সম্পৰ্কত স্থাপন কৰে, যাক মিছ ইউনিভাৰ্ছ ম্যানমাৰ ২০১৯ হিচাপে মুকুট পিন্ধোৱা হৈছিল।৪৫

তথ্যসূত্ৰ

  1. ↑ (5 September 2019). LGBT ဆိုတာ လူသားချင်းချင်း ချစ်ကြတာ ဖြစ်တဲ့အတွက် လက်ခံပါတယ်"လို့ ဂေဂေး ပြော
  2. ↑ ဂေဂေးရဲ့ရင်ခုန်လို့မှ ဟုတ်ရဲ့လား
  3. ↑ မင်းရတုပိုင်၊ ဂေဂေး၊ ရွယ်ရွယ်၊ ထက်မွန်တို့ ၄ဦး၏ နာမည်ကြီး တေးအယ်ဘမ် မေလ ၂၁ရက်တွင် ထွက်ရှိမည်
  4. ↑ Mu Xuequan. (1 June 2019). Swe Zin Htet from Kayin state crowned Miss Universe Myanmar. Xinhua Net
  5. ↑ (9 December 2019). လိင်တူချစ်သူတဦးအဖြစ် ဝန်ခံခဲ့တဲ့ မြန်မာနိုင်ငံရဲ့ မယ်စကြာဝဠာ အလှမယ် ဆွေဇင်ထက်

সম্পৰ্কিত শ্ৰেণী

ম্যানমাৰৰ ব্যক্তিএলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিগায়িকাঅভিনয় শিল্পীঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গে গে” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৭৪ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।