অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গীতা মহালিক

গীতা মহালিক ( Geeta Mahalik; জন্ম: ১৯৪৮) এগৰাকী ভাৰতীয় ওডিচি নৃত্যশিল্পী। কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৪ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গীতা মহালিক ( Geeta Mahalik; জন্ম: ১৯৪৮)১ এগৰাকী ভাৰতীয় ওডিচি নৃত্যশিল্পী।২৩ কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৪ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।৪

জীৱনী

গীতা মহালিকে অতি কম বয়সতে প্ৰখ্যাত গুৰু দেৱপ্ৰসাদ দাসৰ পৰা প্ৰশিক্ষণ লবলৈ আৰম্ভ কৰিছিল।৫ ইয়াৰ পিছত মায়াধৰ ৰাউতৰ মাৰ্গদৰ্শনত প্ৰশিক্ষণ দিয়া হয়, যিয়ে গীতাক এনে এটা শৈলী বিকশিত কৰাত সহায় কৰে, যিটো বহু ৰসিকে গতিশীল নিৰ্মল কবিতা বুলি বৰ্ণনা কৰে।২

গীতাই বিশ্বৰ বহু দেশ বহু ভ্ৰমণ কৰিছে। ফ্ৰান্স, চুইজাৰলেণ্ড, চীন, ইটালী, স্পেইন, আমেৰিকা, কানাডা, জাৰ্মানী, পৰ্তুগাল, গ্ৰীচ আৰু আফ্ৰিকা মহাদেশৰ আন বহু দেশত অনুষ্ঠান পৰিৱেশন কৰিছে।৬ ভাৰতৰ প্ৰায় সকলোবোৰ প্ৰধান নৃত্য উৎসৱ, খাজুৰাহো নৃত্য মহোৎসৱ, ইলোৰা নৃত্য মহোৎসৱ, হস্তী নৃত্য মহোৎসৱ, কোণাৰ্ক নৃত্য উৎসৱ, মহাবলীপুৰম উৎসৱ, মুক্তেশ্বৰ নৃত্য উৎসৱ, বদ্ৰী কেদাৰ উৎসৱ, তাজ উৎসৱ, উজ্জয়িনী কালিদাস সমাৰোহ, গংগা মহোৎসৱ আৰু মাণ্ডু উৎসৱ আদিত পৰিবেশন কৰিছে।৭

গীতা মহালিক বৰ্তমান দিল্লীত থাকে।৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ "Odissi" Sangeetnatak.com
  2. ↑ (2004). Odissi and Chhau dance. Orissa Reference Manual
  3. ↑ (25 January 2014). Padma Awards Announced. Circular. Press Information Bureau, Government of India
  4. ↑ (6 November 2010). Deba Prasad Dash. Narthaki.com
  5. ↑ (2014). About me. About me.com
  6. ↑ (20 February 2010). Hindu
  7. ↑ (20 February 2010). Indian Express 2. The New Indian Express
  8. ↑ (August 2014). Archaeology. Odissi Kala Kendra

সম্পৰ্কিত শ্ৰেণী

সংগীত নাটক একাডেমী বঁটা বিজয়ীভাৰতীয় নৃত্যশিল্পীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা মহালিক” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৭৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।