অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গীতা বাছৰা

গীতা বাছৰা (ইংৰাজী: Geeta Basra; জন্ম: ১৩ মাৰ্চ, ১৯৮৪) এগৰাকী ইংৰাজ প্ৰাক্তন অভিনেত্ৰী যিয়ে বলিউডৰ চলচ্চিত্ৰত অভিনয় কৰিছে। ২০০৬ চনত তেওঁ বলিউডত অভিনয় জীৱনৰ পাতনি মেলিছিল।

হালনাগাদ: ২৫ মাৰ্চ ২০২৬ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

গীতা বাছৰা (ইংৰাজী ভাষা: Geeta Basra; জন্ম: ১৩ মাৰ্চ, ১৯৮৪) এগৰাকী ব্ৰিটিছ প্ৰাক্তন অভিনেত্ৰী যিয়ে বলিউডৰ চলচ্চিত্ৰত অভিনয় কৰিছে।১২৩৪৫৬৭ ২০০৬ চনত তেওঁ বলিউডত অভিনয় জীৱনৰ পাতনি মেলিছিল।

প্ৰাৰম্ভিক জীৱন

ইংলেণ্ডৰ দক্ষিণ উপকূলৰ পৰ্টছমাউথত এটা ভাৰতীয় পঞ্জাবী ভাষা পৰিয়ালত বাছৰাৰ জন্ম হৈছিল। তেওঁৰ এজন কনিষ্ঠ ভাতৃ ৰাহুল আৰু ভনী ৰুবী আছে।৮

তেওঁ কিশোৰ নামিত কাপুৰ এক্টিং ইনষ্টিটিউটত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল।৯

কৰ্মজীৱন

২০০৬ চনত ইমৰান হাছমী অভিনীত দিল দিয়া হ্যায় ছবিৰ জৰিয়তে তেওঁক প্ৰথমবাৰৰ বাবে দেখা গৈছিল। তেওঁৰ দ্বিতীয়খন ছবি আছিল হাছমীৰ বিপৰীতে অভিনয় কৰা দ্য ট্ৰেইন (২০০৭)। ইয়াত তেওঁ ৰোমা নামৰ এগৰাকী কৰ্মৰত মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে এক বিবাহ বহিৰ্ভূত সম্পৰ্কত আবদ্ধ হৈ পৰে।

বাছৰাক সুক্ষীন্দৰ ছিণ্ডা আৰু ৰাহত ফটেহ আলি খানৰ গান "ঘূম চুম ঘূম চুম"ৰ মিউজিক ভিডিঅ'টো দেখা গৈছিল। ইয়াত তেওঁ ৰাহুল ভাটৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন

২০১৭ চনত ৰাকেশ ৰোশনৰ জন্মদিনৰ অনুষ্ঠানত স্বামী হৰভজন সিঙৰ সৈতে বাছৰা
২০১৭ চনত ৰাকেশ ৰোশনৰ জন্মদিনৰ অনুষ্ঠানত স্বামী হৰভজন সিঙৰ সৈতে বাছৰাছবি: Bollywood Hungama · CC BY 3.0

বাছৰাই ২০১৫ চনৰ ২৯ অক্টোবৰত পঞ্জাবৰ জালন্ধৰত ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।১০১১ তেওঁলোকৰ এজনী কন্যা সন্তান হীনায়া হীৰ প্লাহা (জন্ম: ২৭ জুলাই ২০১৬) আৰু এজন পুত্ৰ সন্তান জোভান বীৰ সিং প্লাহা (জন্ম: ১০ জুলাই ২০২১) আছে।১২১৩ তেওঁলোক বৰ্তমান মুম্বাইত বসবাস কৰে।

অভিনয় তালিকা

বৰ্ষনামচৰিত্ৰপৰিচালকভাষাটোকাRef.
২০০৬দিল দিয়া হ্যায়নেহা মেহৰাআদিত্য দত্তহিন্দীপ্ৰথম চলচ্চিত্ৰ১৪
২০০৭দ্য ট্ৰেইনৰোমা কাপুৰ / ৰিছা মালহোত্ৰাহাসনাইন হায়দৰাবাদৱালা ৰক্ষা মিস্ত্ৰী১৫
২০১৩জিলা গাজিয়াবাদ—আনন্দ কুমাৰ"বাপ কা মাল" গীতত বিশেষ উপস্থিতি১৬
২০১৪মিষ্টাৰ জো বি. কাৰ্ভালহোগেহনাসমীৰ তিৱাৰী১৭
২০১৫ছেকেণ্ড হেণ্ড হাজবেণ্ডনেহা কৌৰ গ্ৰেৱালস্মীপ কাং১৮
২০১৬লকপাম্মীপাঞ্জাবী১৯
২০২৫মেহৰ—ৰাকেশ মেহতা

তথ্যসূত্ৰ

  1. ↑ (15 December 2012). Geeta Basra denies marrying Harbhajan Singh. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Geeta Basra to do item number in Sanjay Dutt starrer 'Zilla Ghaziabad' - Indian Express. archive.indianexpress.com
  3. ↑ Geeta Basra on refusing films Decided my focus was my relationship with Harbhajan Singh and our family - entertainment
  4. ↑ (12 April 2013). South Indians and Punjabis like their girls voluptuous: Geeta - Times of India. The Times of India
  5. ↑ Naval-Shetye, Aakanksha. (25 April 2012). Harbhajan Singh is special to me: Geeta Basra. DNA India
  6. ↑ Tuteja, Joginder. (9 December 2014). Geeta Basra joins Narmada in Second Hand Husband. বলিউড হাংগামা
  7. ↑ Gippy Grewal and Geeta Basra back in Lock, releasing on 14 October 2016
  8. ↑ Geeta Basra Biography on IndiaEveryday. Geeta Basra Biography. IndiaEveryday.com
  9. ↑ Geeta Basra Biography. Bollywood Celebrity Facts
  10. ↑ (29 October 2015). Harbhajan Singh-Geeta Basra tie the knot. Times of India
  11. ↑ (29 October 2015). Harbhajan Singh ties the knot with Geeta Basra, Sachin-Anjali bless the newlyweds. India Today
  12. ↑ (28 July 2016). Harbhajan Singh and Geeta Basra welcome baby girl in London
  13. ↑ (10 July 2021). Harbhajan Singh, Geeta Basra welcome a baby boy: A look at the new mom's pregnancy journey. The Indian Express
  14. ↑ (22 May 2006). Geeta Basra make Bollywood debut with Emraan Hashmi in Dil Diya Hai. India Today
  15. ↑ (3 May 2007). Geeta Basra, who made her Bollywood debut with Dil Diya Hai, is all excited about her forthcoming film, The Train. Hindustan Times
  16. ↑ (10 February 2013). Item numbers are like special appearances: Geeta Basra. NDTV.com
  17. ↑ (24 April 2013). 'Calling Mr Joe B Carvalho' a mad movie, says Geeta Basra. Business Standard India
  18. ↑ (2 February 2015). Geeta Basra: My Second Hand Husband Role like Sridevi's in Judaai. NDTV
  19. ↑ Geeta Basra follows Anushka Sharma's 'NH10′ in 'Lock'

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তিভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা বাছৰা” প্ৰবন্ধৰ সংশোধন ৫৯৪২১৭ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।