অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গীতাঞ্জলি কুলকাৰ্ণী

গীতাঞ্জলি কুলকাৰ্ণী (Geetanjali Moreshwar Sherikar)(জন্মনাম: গীতাঞ্জলি মৰেশ্বৰ শ্বেৰিকাৰ) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মাৰাঠী চিনেমা আৰু হিন্দী চিনেমাত কাম কৰে। তেওঁ দুটা ফিল্মফেয়াৰ এৱাৰ্ড-মাৰাঠী আৰু তিনিটা ফিল্মফেয়াৰ অ'টিটিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।

হালনাগাদ: ২৫ জুন ২০২৬ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

, আৰু গীতাঞ্জলি কুলকাৰ্ণী ক'ৰ্টৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত।]]

গীতাঞ্জলি কুলকাৰ্ণী (Geetanjali Moreshwar Sherikar)(জন্মনাম: গীতাঞ্জলি মৰেশ্বৰ শ্বেৰিকাৰ) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মাৰাঠী চিনেমা আৰু হিন্দী চিনেমাত কাম কৰে।১২৩৪৫ তেওঁ দুটা ফিল্মফেয়াৰ এৱাৰ্ড-মাৰাঠী আৰু তিনিটা ফিল্মফেয়াৰ অ'টিটিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে। তেওঁ বহুকেইখন নাটকত অভিনয় কৰিছে৷ যাৰ ভিতৰত উল্লেখযোগ্য হ’ল হিন্দী ভাষাত Twelfth Night-ৰ পৰিৱেশন, যাৰ নাম ৰখা হৈছে পিয়া বেহৰুপিয়া।

সন্মান

বৰ্ষবঁটাশিতানকৰ্মফলাফলতথ্যসূত্ৰ
২০১৫ফিল্মফেয়াৰ বঁটা-মাৰাঠী ২০১৫শ্ৰেষ্ঠ অভিনয়ৰ সমালোচনাৰ বঁটাকোৰ্ট
২০২১ফিল্মফেয়াৰ অটিটি বঁটা - ২০২১শ্ৰেষ্ঠ অভিনেত্ৰী (কমেডী)গুল্লাক
২০২১ফিল্মফেয়াৰ বঁটা-মাৰাঠী ২০২১শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীকৰখানিসঞ্চি ৱাৰী৬
২০২২ফিল্মফেয়াৰ বঁটা-মাৰাঠী - ২০২২শ্ৰেষ্ঠ অভিনেত্ৰী (কমেডী)গুল্লাক
২০২৪ফিল্মফেয়াৰ অটিটি বঁটা - ২০২৪শ্ৰেষ্ঠ অভিনেত্ৰী (কমেডী চিৰিজ)গুল্লাক চিজন ৪

তথ্যসূত্ৰ

  1. ↑ (30 November 2021). Primary roles allow me to paint the entire canvas: Geetanjali Kulkarni. Hindustan Times
  2. ↑ Theatre empowers me as an actor: Geetanjali Kulkarni | Entertainment. Devdiscourse
  3. ↑ (2021-11-30). "When I Get To Play A Primary Character Then, Of Course, The Challenge Is More," Says Geetanjali Kulkarni -. - Woman's Era food fashion and lifestyle magazine.
  4. ↑ (7 December 2021). Geetanjali Kulkarni: रंगमंच पर अभिनय ही एक कलाकार के रूप में मुझे सशक्त बनाता है- गीतांजलि कुलकर्णी
  5. ↑ (2021-07-04). Geetanjali Kulkarni: Tricky, but fun. Mid-Day
  6. ↑ (2022-04-01). 6th Planet Filmfare Marathi Awards 2021: Complete winners' list. The Times of India

সম্পৰ্কিত শ্ৰেণী

অভিনয় শিল্পীভাৰতীয় অভিনয় শিল্পীঅভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতাঞ্জলি কুলকাৰ্ণী” প্ৰবন্ধৰ সংশোধন ৬১৪৩৭৭ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।