অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

খৰিয়া থাৰ ভাষা

খৰিয়া থাৰ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ঘাইকৈ ভাৰতৰ পাহাড়ীয়া খৰিয়া লোকে ব্যৱহাৰ কৰে। যদিও তেওঁলোকৰ এভাগে খৰিয়া থাৰ ভাষা কয়। এই ভাষা ওড়িয়াতকৈ অসমীয়া আৰু বাঙালী ভাষাৰহে অধিক নিকটৱৰ্তী।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৩১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ
Kharia Thar
Native toভাৰত, also নেপাল
Regionঝাৰখণ্ড, Orissa and পশ্চিমবংগ states
Native speakers25,000 (2007)১
Language familyIndo-European *Indo-Iranian ** Indo-Aryan *** Eastern **** Bengali–Assamese ***** Kharia Thar
Language codes
ISO 639-3ksy
Glottologkhar1283

খৰিয়া থাৰ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ঘাইকৈ ভাৰতৰ পাহাড়ীয়া খৰিয়া লোকে ব্যৱহাৰ কৰে।১ খৰিয়া লোক মুখ্যতঃ ওড়িশাৰ নিবাসী, আৰু অষ্ট্ৰো-এছিয়াটিক খৰিয়া ভাষা ভাষী২ যদিও তেওঁলোকৰ এভাগে খৰিয়া থাৰ ভাষা কয়। এই ভাষা ওড়িয়াতকৈ অসমীয়া আৰু বাঙালী ভাষাৰহে অধিক নিকটৱৰ্তী।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kharia Thar at Ethnologue (18th ed., 2015) (subscription required)
  2. ↑ Kharia-English Lexicon. Universität Leipzig, Germany: Himalyan Linguists. 2009. p. VIII – via Open Edition. the (Dudh) Kharia are also one of the most highly educated ethnic groups in all of India, with some estimates as to their rate of literacy running as high as 90%

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খৰিয়া থাৰ ভাষা” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৯৭ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।