অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কৰ্ণাটক ৰাজোৎসৱ

কৰ্ণাটক ৰাজোৎসৱ বা কন্নড়া ৰাজোৎসৱা (ಕನ್ನಡ ರಾಜ್ಯೋತ್ಸವ; Karnataka Rajyotsava) প্ৰতি বছৰে ১ নৱেম্বৰত পালন কৰা হয়। ইয়াক কৰ্ণাটক গঠন দিৱস বা কৰ্ণাটক দিৱস বুলিও কোৱা হয়। ১৯৫৬ চনৰ এই দিনটোতে দক্ষিণ ভাৰতৰ সকলো কন্নড় ভাষা কথিত অঞ্চলসমূথ একত্ৰিত কৰি কৰ্ণাটক ৰাজ্য গঠন কৰা হৈছিল।

হালনাগাদ: ১৮ আগষ্ট ২০২৬ ৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কৰ্ণাটক ৰাজোৎসৱ বা কন্নড়া ৰাজোৎসৱা (ಕನ್ನಡ ರಾಜ್ಯೋತ್ಸವ; Karnataka Rajyotsava) প্ৰতি বছৰে ১ নৱেম্বৰত পালন কৰা হয়। ইয়াক কৰ্ণাটক গঠন দিৱস বা কৰ্ণাটক দিৱস বুলিও কোৱা হয়। ১৯৫৬ চনৰ এই দিনটোতে দক্ষিণ ভাৰতৰ সকলো কন্নড় ভাষা কথিত অঞ্চলসমূথ একত্ৰিত কৰি কৰ্ণাটক ৰাজ্য গঠন কৰা হৈছিল।১

ৰাজোৎসৱৰ দিনটো কৰ্ণাটক ৰাজ্যত চৰকাৰী ছুটি হিচাপে তালিকাভুক্ত কৰা হয়২ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত কন্নড় ভাষীসকলে ইয়াক পালন কৰে। এই দিনটোত কৰ্ণাটক চৰকাৰে ৰাজোৎসৱ বঁটা ঘোষণা আৰু উপস্থাপন কৰে, লগতে ৰাজহুৱা মহোৎসৱ, শোভাযাত্ৰা, কন্নড়া ভাষাৰ কিতাপ উন্নোচন আৰু সংগীতানুষ্ঠানৰে সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ অভিভাষণেৰে৩ কৰ্ণাটকৰ আনুষ্ঠানিক পতাকা উত্তোলন কৰা হয়।৪

তথ্যসূত্ৰ

  1. ↑ "Kannadigas celebrate Karnataka Rajyotsava on Nov 1" news.oneindia.in
  2. ↑ Festivals of India – Rajyotsava Day www.festivalsofindia.in
  3. ↑ Karnataka Governor greets people ahead of 'Rajyotsava Day' IBN Live
  4. ↑ ‘Sacrifice of Kannadigas should be remembered' The Hindu

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহকৰ্ণাটক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰ্ণাটক ৰাজোৎসৱ” প্ৰবন্ধৰ সংশোধন ৬২৮৭৩৩ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।