কেৰালাৰ আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱ (ইংৰাজী: International Theatre Festival of Kerala; চমুকৈ ITFoK) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ ত্ৰিশূৰ চহৰত প্ৰতি বছৰে ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা এক আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱ। এই উৎসৱ কেৰালা সংগীত নাটক একাডেমী আৰু কেৰালা চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা আয়োজন কৰা হয়। এই উৎসৱ ২০০৮ চনত আৰম্ভ হৈছিল।১২৩৪
ইতিহাস
কেৰালাৰ আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱ (ITFoK) ২০০৮ চনত ত্ৰিশূৰ চহৰত কেৰালা সংগীত নাটক একাডেমীৰ উদ্যোগত আৰু প্ৰয়াত অভিনেতা মুৰলীৰ নেতৃত্বত আৰম্ভ হৈছিল। এই উৎসৱত সমগ্ৰ বিশ্বৰ স্বতন্ত্ৰ, পৰীক্ষামূলক আৰু সমসাময়িক নাট্য দলসমূহে অংশগ্ৰহণ কৰে।৫৬৭
স্থানসমূহ
ত্ৰিশূৰ চহৰৰ জি শংকৰ পিল্লাই সাংস্কৃতিক প্ৰকল্পত আঠ দিন ধৰি এই উৎসৱ অনুষ্ঠিত হয়। ইয়াৰ মূল মঞ্চসমূহ হৈছে মুৰলী মুকলি থিয়েটাৰ আৰু কে টি মহম্মদ আঞ্চলিক থিয়েটাৰ।৮৯
তথ্যসূত্ৰ
- ↑ (2010-11-29). Logo of theatre festival released. দ্য হিন্দু
- ↑ (2008-12-22). Stage set for international theatre festival in Thrissur. দ্য হিন্দু
- ↑ (2008-12-20). International theatre festival from Dec. 22. The Hindu
- ↑ (2010-08-08). International theatre festival. দ্য হিন্দু
- ↑ International Theatre Festival to begin from Jan 27. Business Standard
- ↑ It’s curtains for theatre fest. The Hindu
- ↑ International Theatre Festival of Kerala. Caravanmagazine.in
- ↑ Theatre Bonanza at the 5th International Theatre Festival of Kerala. MakeMyTrip
- ↑ (2008-12-22). Stage set for international theatre festival in Thrissur. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৰালাৰ আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱ” প্ৰবন্ধৰ সংশোধন ৬২৫২৪৬ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।