কালিদাস সন্মান (Kalidas Samman) হৈছে ভাৰতৰ মধ্য প্ৰদেশ চৰকাৰে বাৰ্ষিক কলা বঁটা। প্ৰাচীন ভাৰতৰ প্ৰখ্যাত ধ্ৰুপদী সংস্কৃত সাহিত্যিক কালিদাসৰ নামেৰে এই বঁটা প্ৰদান কৰা হৈছে। ১৯৮০ চনত প্ৰথমবাৰৰ বাবে কালিদাস সন্মান প্ৰদান কৰা হৈছিল। প্ৰথম অৱস্থাত প্ৰতি বছৰে শাস্ত্ৰীয় সংগীত, শাস্ত্ৰীয় নৃত্য, নাটক আৰু দৃশ্য কলা চাৰিটা ক্ষেত্ৰত এই সন্মান প্ৰদান কৰা হৈছিল।১ ১৯৮৬–৮৭ চনৰপৰা ২০০৮–০৯ চনলৈকে বেছিভাগ বছৰতে এই বঁটা চাৰিওটা ক্ষেত্ৰতে দিয়া হৈছিল, তাৰ পিছত প্ৰতি বছৰে এজন ব্যক্তিক এই বঁটা দিয়া হৈছিল।
বঁটা লাভ কৰা সকল
কালিদাস সন্মান লাভ কৰা সকল:২
| বছৰ | নাম | শীৰ্ষক |
|---|---|---|
| ১৯৮০–৮১ চন | ছেম্মাংগুদি শ্ৰীনিবাস আয়াৰ | শাস্ত্ৰীয় সংগীত |
| মল্লিকাৰ্জুন মনছুৰ | শাস্ত্ৰীয় সংগীত | |
| ১৯৮১–৮২ চন | কে জি সুব্ৰমণ্য | প্লাষ্টিক আৰ্টছ |
| ১৯৮২–৮৩ চন | সোম্ভু মিত্ৰ | নাটক |
| ১৯৮৩–৮৪ চন | ৰুক্মিণী দেৱী অৰুণ্ডলে | ধ্ৰুপদী নৃত্য |
| ১৯৮৪–৮৫ চন | কুমাৰ গন্ধৰ্ব | শাস্ত্ৰীয় সংগীত |
| ১৯৮৫-৮৬ চন | ৰাম কুমাৰ | প্লাষ্টিক আৰ্টছ |
| ১৯৮৬–৮৭ চন | জিয়া মহিউদ্দিন ডাগৰ | শাস্ত্ৰীয় সংগীত |
| বীৰজু মহাৰাজ | ধ্ৰুপদী নৃত্য | |
| ইব্ৰাহিম আলকাজি | নাটক | |
| নাৰায়ণ শ্ৰীধৰ বেন্দ্ৰে | প্লাষ্টিক আৰ্টছ | |
| ১৯৮৭–৮৮ চন | ৰবি শংকৰ | শাস্ত্ৰীয় সংগীত |
| ভি সত্যনাৰায়ণ শৰ্মা | ধ্ৰুপদী নৃত্য | |
| পি.এল. দেশপাণ্ডে | নাটক | |
| (এম.এফ. হুছেইন)মকবুল ফিদা হুছেইন | প্লাষ্টিক আৰ্টছ | |
| ১৯৮৮-৮৯ চন | এম এছ চুব্বালক্ষ্মী | শাস্ত্ৰীয় সংগীত |
| কেলুচৰণ মহাপাত্ৰ | ধ্ৰুপদী নৃত্য | |
| তৃপ্তি মিত্ৰ | নাটক | |
| ত্যেব মেহতা | প্লাষ্টিক আৰ্টছ | |
| ১৯৮৯–৯০ চন | বিলায়ত খান | শাস্ত্ৰীয় সংগীত |
| গুৰু বিপিন সিং | ধ্ৰুপদী নৃত্য | |
| হাবিব তনবীৰ | নাটক | |
| ভাসুদেও এছ গেইটণ্ডে | প্লাষ্টিক আৰ্টছ | |
| ১৯৯০–৯১ চন | পদ্ম সুব্ৰমণ্যম | ধ্ৰুপদী নৃত্য |
| বিজয় তেণ্ডুলকাৰ | নাটক | |
| ১৯৯১–৯২ চন | আলী আকবৰ খান | শাস্ত্ৰীয় সংগীত |
| ৰাম নাৰায়ণ | শাস্ত্ৰীয় সংগীত | |
| ভেম্পতী চিন্না সত্যম | ধ্ৰুপদী নৃত্য | |
| বিজয়া মেহতা | নাটক | |
| জগদীশ স্বামীনাথন | প্লাষ্টিক আৰ্টছ | |
| ১৯৯২-৯৩ চন | ৰমনকুট্টী নাইৰ | ধ্ৰুপদী নৃত্য |
| আম্ম্ন্নুৰ মাধৱ চাক্যৰ | ধ্ৰুপদী নৃত্য | |
| বাদল সৰকাৰ | নাটক | |
| চৈয়দ হাইদৰ ৰাজা | প্লাষ্টিক আৰ্টছ | |
| ১৯৯৩–৯৪ চন | শান্তা ৰাও | ধ্ৰুপদী নৃত্য |
| বি.ভি.কৰান্ত | নাটক | |
| 1994–95 | পদ্মৱতী শালীগ্ৰাম-গোখলে | শাস্ত্ৰীয় সংগীত |
| কাৱলম নাৰায়ণ পানীকাৰ | নাটক | |
| ১৯৯৫-৯৬ চন | আলা ৰাখা | ধ্ৰুপদী বাদ্যযন্ত্ৰ |
| সীতাৰা দেৱী | ধ্ৰুপদী নৃত্য | |
| মান্না দে | ধ্ৰুপদী কণ্ঠ | |
| ১৯৯৬–৯৭ চন | কিষাণ মহাৰাজ | শাস্ত্ৰীয় সংগীত |
| মৃণালিনী সৰাভাই | ধ্ৰুপদী নৃত্য | |
| শ্ৰীৰাম লাগু | নাটক | |
| শীলা ভাটিয়া | থিয়েটাৰ | |
| ভূপেন খাখৰ | প্লাষ্টিক আৰ্টছ | |
| ১৯৯৭–৯৮ চন | পণ্ডিত যশৰাজ | শাস্ত্ৰীয় সংগীত |
| কালমণ্ডলম কল্যাণীকুট্টী আম্মা | ধ্ৰুপদী নৃত্য | |
| তাপস সেন | নাটক | |
| আকবৰ পদমসী | প্লাষ্টিক আৰ্টছ | |
| ১৯৯৮–৯৯ চন | ডি কে পট্টামল | শাস্ত্ৰীয় সংগীত |
| কলানিধি নাৰায়ণন | ধ্ৰুপদী নৃত্য | |
| গিৰিশ কৰনাড | নাটখ | |
| অৰ্পিতা সিং | প্লাষ্টিক আৰ্টছ | |
| ১৯৯৯–২০০০ চন | হৰিপ্ৰসাদ চৌৰসিয়া | শাস্ত্ৰীয় সংগীত |
| কে.পি. কিতাপ্পা পিল্লাই | ধ্ৰুপদী নৃত্য | |
| সত্যদেৱ ডুবে | নাটক | |
| ফ্ৰান্সিছ নিউটন ছৌজা | প্লাষ্টিক আৰ্টছ | |
| ২০০০-০১ | এম বালামুৰালিকৃষ্ণ | শাস্ত্ৰীয় সংগীত |
| ৰোহিনী ভাটে | ধ্ৰুপদী নৃত্য | |
| জোহৰা চেহগাল | থিয়েটাৰ | |
| সংখো চৌধুৰী | প্লাষ্টিক আৰ্টছ | |
| ২০০১–০২ চন ৩ | সুমতী মুতটকৰ | শাস্ত্ৰীয় সংগীত |
| যমিনি কৃষ্ণমূৰ্তি | ধ্ৰুপদী নৃত্য | |
| কে.ভি. চুবন্না | নাটক | |
| যোগেন চৌধুৰী | প্লাষ্টিক আৰ্টছ | |
| ২০০২–০৩ চন | ৰহিম ফাহিমুদ্দিন ডাগৰ | শাস্ত্ৰীয় সংগীত |
| কুমুডিনি লখিয়া | ধ্ৰুপদী নৃত্য | |
| খালিদ চৌধুৰী ৪ | নাটক | |
| গোলাম মহম্মদ শ্বেইখ | প্লাষ্টিক আৰ্টছ | |
| ২০০৩–০৪ চন | ভি.জি. জগ | শাস্ত্ৰীয় সংগীত |
| চন্দ্ৰলেখা৫ | ধ্ৰুপদী নৃত্য | |
| গুৰশৰণ সিং (নাট্যকাৰ) | নাটক | |
| হিম্মত শ্বাহ | প্লাষ্টিক আৰ্টছ | |
| ২০০৪–০৫ চন | প্ৰভা আত্ৰে | শাস্ত্ৰীয় সংগীত |
| ৰাজকুমাৰ সিংজিৎ সিং | ধ্ৰুপদী নৃত্য | |
| দেৱেন্দ্ৰ ৰাজ অংকুৰ | নাটক | |
| নাগজী পেটেল | প্লাষ্টিক আৰ্টছ | |
| ২০০৫–০৬ চন | জাকিৰ হুছেইন | শাস্ত্ৰীয় সংগীত |
| কনক ৰেলে ৬ | ধ্ৰুপদী নৃত্য | |
| ৰতন থিয়াম | নাটক | |
| মনজিৎ বাৱা | প্লাষ্টিক আৰ্টছ | |
| ২০০৬–০৭ চন ৭ | পুত্তৰাজ গোৱাই | শাস্ত্ৰীয় সংগীত |
| সোনাল মানসিং | ধ্ৰুপদী নৃত্য | |
| বিমল লাথ | নাটক | |
| শান্তি ডেভ | প্লাষ্টিক আৰ্টছ | |
| ২০০৭–০৮ চন | বলৱণ্তৰাই ভট্ট | শাস্ত্ৰীয় সংগীত |
| চি.ভি. চন্দ্ৰশেখৰ ৮ | ধ্ৰুপদী নৃত্য | |
| বাবাছাহেব পুৰন্দৰে৯ | নাটক | |
| সতীশ গুজৰাল | প্লাষ্টিক আৰ্টছ | |
| ২০০৮–০৯ চন | ছন্নুলাল মিশ্ৰ | শাস্ত্ৰীয় সংগীত |
| জয়ৰ্মা পেটেল | প্লাষ্টিক আৰ্টছ | |
| কালমণ্ডলম গোপী | ধ্ৰুপদী নৃত্য | |
| ২০০৯-২০১০ | সৰোজা বৈদ্যনাথন | ধ্ৰুপদী নৃত্য |
| এন ৰাজম | শাস্ত্ৰীয় সংগীত | |
| ২০১০–১১ চন | অনুপম খেৰ | নাটক |
| ২০১২-১৩ | কেশৱ ৰাও সদাশিৱ শাস্ত্ৰী মুছালগাঁওকাৰ | |
| ২০১৪-১৫ | ৰাজ বিচাৰিয়া | নাটক |
| ২০১৫-১৬ | বানসী কৌল | নাটক |
| ২০১৫-১৬ | ৰবিন ডেভিদ | ভাস্কৰ্য্য কলা |
| ২০১৬-১৭ | ৰামগোপাল বাজাজ১০ | নাটক |
| ২০১৭-১৮ | লক্ষ্মী বিশ্বনাথন১১ | |
| ২০১৮ | এঞ্জোলি এলা মেনন ১২ | দৃশ্য কলা |
| ২০১৮ | সুৰেন্দ্ৰ বাৰ্মা | নাটক |
| ২০২০ | অৰুণা ছাইৰাম | ভাৰতীয় সংগীত (কৰ্ণাটিক সংগীত) |
| ২০২২ | পণ্ডিত ভেংকটেশ কুমাৰ | শাস্ত্ৰীয় সংগীত |
| ২০২৪ | ৰঘুপতি ভাট | গঞ্জিফা আৰ্টছ |
বাহ্যিক সংযোগ
- Kalidas Award Holders (Classical Dance). Department of Culture, Government of Madhya Pradesh
- Kalidas Award Holders (Classical Music). Department of Culture, Government of Madhya Pradesh
- Kalidas Award Holders (Theatre). Department of Culture, Government of Madhya Pradesh
- Kalidas Award Holders (Plastic Art). Department of Culture, Government of Madhya Pradesh
তথ্যসূত্ৰ
- ↑ Grokipedia grokipedia.com Kalidas Samman
- ↑ Rashtriya Kalidas Samman (in Hindi). Department of Public Relations, Madhya Pradesh Government
- ↑ (29 August 2001). Kalidas award for Yamini Krishnamurthy. দ্য হিন্দু
- ↑ (15 November 2002). Khalid Choudhary handed over Kalidas Samman. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (19 October 2003). 'Kalidas Samman' for Chandralekha. দ্য হিন্দু
- ↑ Paul, G.S. (29 January 2006). Tryst with Mohiniyattam. দ্য হিন্দু
- ↑ Kidwai, Rashid. (11 May 2007). Sonal in full swing, VIPs walk - Dancer furious after Rajnath & Co leave midway. The Telegraph
- ↑ (22 August 2008). Chandrasekhar chosen for Kalidas Samman. দ্য হিন্দু
- ↑ (20 November 2007). Kalidas Samman to Shri Purandare. Department of Public Relations, Madhya Pradesh Government
- ↑ Ram Gopal Bajaj to Receive (sic) Kalidas Samman
- ↑ Kalidas Samman award for Lakshmi Vishwanathan
- ↑ (1 July 2018). Artist Anjolie Ela Menon conferred the Kalidas Award
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালিদাস বঁটা” প্ৰবন্ধৰ সংশোধন ৬১৯৭৫০ (২৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।