অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কালচিছ (শ্ৰুতিকথা)

কালচিছ (/ˈkælsɪs/ KAL-siss; প্ৰাচীন গ্ৰীক: Χαλκίς; ইংৰাজী: Chalcis) বা খালকিছ (Khalkis) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।

হালনাগাদ: ২৬ মাৰ্চ ২০২৫ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কালচিছ (/ˈkælsɪs/ KAL-siss;১ প্ৰাচীন গ্ৰীক: Χαλκίς; ইংৰাজী: Chalcis) বা খালকিছ (Khalkis) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।২ তেওঁৰ নামৰ অৰ্থ হৈছে "এটা ব্ৰঞ্জৰ পাত্ৰ"; তেওঁৰ নামটো চলকন ভাষাত χαλκόν মানে "ব্ৰঞ্জ" শব্দৰ পৰা আহৰণ কৰা হৈছে।

পৰিয়াল

কালচিছ পেলাছগাছ (পেলাগন৩), ইছমেনাছ, কৰ্চাইৰা, ছালেমিছ, এজিনা, পেইৰেন, ক্লিওনে, থেবে, টানাগ্ৰা, থেস্পিয়া, এছ'পিছ, চাইনোপে, অৰ্নিয়া২ আৰু হাৰ্পিনাৰ ভগ্নী আছিল।৪ আন কিছুমান শ্ৰুতিকথা মতে তেওঁ কিউৰেটেছ আৰু ক'ৰিবাণ্টেছৰ মাতৃ আছিল, ইয়াৰে কিউৰেটেছ কালচিছৰ আদিম বাসিন্দাসকলৰ ভিতৰত আছিল।৫

শ্ৰুতিকথা

ইউবিয়াৰ কালচিছ চহৰৰ নাম কালচিছৰ পৰা লোৱা বুলি কোৱা হয়।৬ কিছুমান শ্ৰুতিকথাত এছ'পাছৰ কন্যা ইউব'য়া৭ বা কম্বৰ সৈতে তেওঁ একে বুলি ভবা হয়।

তথ্যসূত্ৰ

  1. ↑ Richmond, Henry J. (1905). The Pronunciation of Greek and Latin Proper Names in English. George Wahr. পৃ. 32. ISBN 9780857927866
  2. ↑ Diodorus Siculus, 4.72.1
  3. ↑ Apollodorus, 3.12.6
  4. ↑ Diodorus Siculus, 4.73.1
  5. ↑ Scholia Vict. ad হোমাৰ ইলিয়াড, 14.291; Strabo, 10 p. 447
  6. ↑ Eustathius, ad Homer p. 279
  7. ↑ Stephanus of Byzantium, s.v. Khalkis

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালচিছ (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৪৯৭৮৭৪ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।