কলকোটি বা গ'এডিজা১ এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানৰ উজনি ডিৰ জিলাৰ কলকোট অঞ্চলত মুখ্যতঃ ব্যৱহাৰ কৰা হয়।২
ধ্বনি তত্ত্ব
তলত কলকোটি ভাষাৰ ধ্বনিসমূহৰ সবিশেষ দিয়া হৈছে।৩
স্বৰধ্বনি
| Front | Back | |
|---|---|---|
| Close | ||
| Mid | ||
| Open |
হ্ৰস্বস্বৰ কেন্দ্ৰীকৃত; নাকেৰে উচ্চাৰণ কৰা এটি ফনেমিক প্ৰক্ৰিয়া হ'ব পাৰে।৪
ব্যঞ্জনধ্বনি
| Labial | Dental | Retroflex | Palatal | Velar | Uvular | Glottal | ||
|---|---|---|---|---|---|---|---|---|
| Nasal | ||||||||
| Plosive | voiceless | |||||||
| aspirated | ||||||||
| voiced | ||||||||
| Affricate | voiceless | |||||||
| aspirated | ||||||||
| voiced | ||||||||
| Fricative | voiceless | |||||||
| voiced | ||||||||
| Lateral | ||||||||
| Flap | ||||||||
| Approximant |
/q, ʦ, x, z, ɣ, ɽ/ ফনীম খুব সম্ভৱ অন্য ভাষাৰ পৰা অহা শব্দৰ দ্বাৰা ভাষাটোত সোমাই পৰিছে। Voiceless aspirate শৃংখলা সুৰক্ষিত আৰু চুবুৰীয়া পলুলা ভাষাৰ বিপৰীতে, কলকোটিত কোনো breathy voiced শৃংখলা নাই। /ʔ/ৰ ফনেমিক স্থিতি অস্পষ্ট আৰু সম্ভৱতঃ সুৰৰ সৈতে সম্বন্ধিত।
সুৰ
কলকোটিৰ সুৰ ব্যৱস্থা সম্ভৱতঃ পূৰ্বতে শ্বিনা ভাষাৰ দৰেই আছিল। কিন্তু চুবুৰীয়া কোহিস্তানী ভাষাসমূহৰ প্ৰভাৱত এই ভাষাৰ সুৰ ব্যৱস্থা অতিকৈ জটিল হৈ পৰিছে।৫
গ্ৰন্থ তালিকা
- Liljegren, Henrik. (2013). Notes on Kalkoti: A Shina Language with Strong Kohistani Influence. Linguistic Discovery. পৃ. 129–160
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলকোটি ভাষা” প্ৰবন্ধৰ সংশোধন ৩৮৯২৮৩ (২৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।