অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমতাৰ চক্ৰধ্বজ

চক্ৰধ্বজ (১৫ শতিকাৰ শেষৰ ফালে ৰাজত্ব কৰিছিল) অসম ৰ খেন্‌ বংশ কমতা ৰাজ্যৰ শাসক আছিল। তেওঁ খেন্ বংশৰ প্ৰতিষ্ঠাপক নীলাধ্বজ ৰ পুত্ৰ আছিল আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ নীলাম্বৰ ৰাজপাটত বহে।

হালনাগাদ: ৮ মে’ ২০২৬ ৩১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

চক্ৰধ্বজ (১৫ শতিকাৰ শেষৰ ফালে ৰাজত্ব কৰিছিল) অসম ৰ খেন্‌ বংশ কমতা ৰাজ্যৰ শাসক আছিল।১ তেওঁ খেন্ বংশৰ প্ৰতিষ্ঠাপক নীলাধ্বজ ৰ পুত্ৰ আছিল আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ নীলাম্বৰ ৰাজপাটত বহে।২

তথ্যসূত্ৰ

  1. ↑ Grewal, J. S. (2006). The State and Society in Medieval India. Oxford University Press. পৃ. 272
  2. ↑ Prakash, Ved. (2007). Encyclopaedia of North-East India, Volume 1. Atlantic Publishers. পৃ. 138

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসপোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমতাৰ চক্ৰধ্বজ” প্ৰবন্ধৰ সংশোধন ৬০৫২৯৯ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।