অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমতাৰ নীলাধ্বজ

নীলাধ্বজ (১৫ শতিকাৰ শেষৰ ফালে ৰাজত্ব কৰিছিল) কামতা ৰাজ্যৰ এজন ৰজা আৰু খেন্‌ বংশৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ কামতাপুৰ চহৰৰ পৰা (বৰ্তমান গোসাঁনিমাৰী বুলি কোৱা হয়) ৰাজত্ব কৰিছিল আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ চক্ৰধ্বজে ৰাজত্ব কৰিছিল।

হালনাগাদ: ৮ মে’ ২০২৬ ৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

নীলাধ্বজ (১৫ শতিকাৰ শেষৰ ফালে ৰাজত্ব কৰিছিল) কামতা ৰাজ্যৰ এজন ৰজা আৰু খেন্‌ বংশৰ প্ৰতিষ্ঠাপক আছিল।১ তেওঁ কামতাপুৰ চহৰৰ পৰা (বৰ্তমান গোসাঁনিমাৰী বুলি কোৱা হয়) ৰাজত্ব কৰিছিল আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ চক্ৰধ্বজে ৰাজত্ব কৰিছিল।২

তথ্যসূত্ৰ

  1. ↑ Sharma, Deba Brat. (1995). Changing Cultural Mosaic of a Village in Assam. Punthi-Pusta. পৃ. 14
  2. ↑ Prakash, Ved. (2007). Encyclopaedia of North-East India, Volume 1. Atlantic Publishers. পৃ. 138

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসপোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমতাৰ নীলাধ্বজ” প্ৰবন্ধৰ সংশোধন ৬০৫২৯৭ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।