অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কনিষ্ঠা ধনকড়

কনষ্ঠা ৰাজ সিং ধনকাৰ (: Kanishtha Raj Singh Dhankar; জন্ম ২১ ছেপ্টেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যি গৰাকীক পেন্টালুনছ মিছ ইণ্ডিয়া ২০১১ৰ মুকুট পিন্ধোৱা হয়, আনহাতে হাছলিন কৌৰক ফেমিনা মিছ ইণ্ডিয়া আৰ্থৰ মুকুট পিন্ধোৱা হয়।

হালনাগাদ: ২৪ জানুৱাৰী ২০২৬ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কনষ্ঠা ৰাজ সিং ধনকাৰ (: Kanishtha Raj Singh Dhankar; জন্ম ২১ ছেপ্টেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যি গৰাকীক পেন্টালুনছ মিছ ইণ্ডিয়া ২০১১ৰ মুকুট পিন্ধোৱা হয়, আনহাতে হাছলিন কৌৰক ফেমিনা মিছ ইণ্ডিয়া আৰ্থৰ মুকুট পিন্ধোৱা হয়। পিছলৈ তেওঁ ২০১১ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে য'ত তেওঁ শীৰ্ষ ৩০ ৰ ভিতৰত স্থান লাভ কৰে।১

প্ৰাম্ভিক জীৱন

১৯৮৮ চনৰ ২১ ছেপ্টেম্বৰত[1] ভাৰতৰ বম্বেৰ নৌসেনা ঘাটিত ভাৰতীয় নৌসেনাৰ কমোডৰ ৰাজ সিং ধনখৰ আৰু কুসুম মালহান ধনখৰৰ ঘৰত কনষ্ঠাৰ জন্ম হয়। তেওঁলোকৰ তিনিটা সন্তানৰ ভিতৰত কনষ্ঠা দ্বিতীয়। মাক স্কুলৰ শিক্ষয়িত্ৰী আৰু গৃহিণী আৰু মুম্বাইৰ নেভাল ৱাইভছ ৱেলফেয়াৰ এছ’চিয়েশ্যনৰ সৈতে ব্যাপক কাম কৰি আহিছে। তেওঁৰ পূৰ্বপুৰুষৰ পৰিয়াল হাৰিয়ানাৰ জিলা ঝজ্জাৰৰ গাঁও কাছনীৰ।২ কনিষ্ঠ মুম্বাইৰ কোলাবাত ডাঙৰ-দীঘল হৈছিল। মুম্বাইৰ এইচ আৰ কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সত বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।৩

কৰ্ম জীৱন

২০০৮ চনত তেওঁ মধুৰ ভাণ্ডাৰকাৰৰ ফেশ্বন ছবিত অভিনয় কৰে।৪

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Miss India Femina Miss India 2011. Feminamissindia.indiatimes.com
  2. ↑ KANISHTHA DHANKAR. www-explosivefashion-in.translate.goog
  3. ↑ Deswal, Deepender. (19 April 2011). New Miss India Kanishtha Dhankar is a Haryanavi jat girl. The Times of India
  4. ↑ Fashion Bollywood (Movie). Indicine

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনিষ্ঠা ধনকড়” প্ৰবন্ধৰ সংশোধন ৫৭১১৪৩ (২৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।