কংগো গণৰাজ্য বা কঙ্গো গণৰাজ্য হৈছে মধ্য আফ্ৰিকাৰ পশ্চিম উপকূলত অৱস্থিত এখন দেশ। দেশখনক কংগো-ব্ৰাজাভিল, কংগো ৰিপাব্লিক বা কেৱল কংগো বুলিও জনা যায়। গেবন দেশখনৰ পশ্চিমে, কেমেৰুন উত্তৰ-পশ্চিমে আৰু মধ্য আফ্ৰিকান গণৰাজ্য উত্তৰ-পূবত, কঙ্গো গণতান্ত্ৰিক দক্ষিণ-পূবত, আংগলাৰ ছিটমহল কেবিণ্ডাৰ দক্ষিণ-পশ্চিমে, আৰু আটলাণ্টিক মহাসাগৰ দক্ষিণ-পশ্চিমত অৱস্থিত। দীৰ্ঘদিন ধৰি ফ্ৰান্সৰ উপনিৱেশ হৈ থকা ফৰাচী ভাষা হৈছে কঙ্গো গণৰাজ্যৰ চৰকাৰী ভাষা।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কংগো গণৰাজ্য” প্ৰবন্ধৰ সংশোধন ৬১৭৮৬৯ (১৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।