ঐশ্বৰ্য সখুজা-নাগ এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ ২০০৬ চনত মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগী আছিল।১ ২০১০ চনৰ পৰা ২০১২ চনলৈকে চনী টিভিৰ শ্ব' ছাছ বীনা সসুৰালত ট'ষ্টীৰ চৰিত্ৰত অভিনয় কৰিছিল।২ সখুজা-নাগক দেখিবলৈ পোৱা অনুষ্ঠানৰ ভিতৰত মেইন না ভূলুংগী, ত্ৰিদেৱিয়ান, ৰিষ্ট ডট কম আৰু য়েহ হাই চাহাটেইন উল্লেখযোগ্য। তেওঁ নাচ বলিয়ে ৭ আৰু Fear Factor: Khatron Ke Khiladi 7ৰ প্ৰতিযোগীও আছিল।
ব্যক্তিগত জীৱন
সখুজা-নাগে ২০১৪ চনৰ ৫ ডিচেম্বৰত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক ৰোহিত নাগৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩

চলচ্চিত্ৰ
| বছৰ | চলচ্চিত্ৰ | ভূমিকা | তথ্যসূত্ৰ |
|---|---|---|---|
| 2007 | ভূল ভুলৈয়া | শীৰ্ষক গীতৰ নৰ্তকী ৰূপে | |
| 2011 | ইউ আৰ মাই জান | নিশা | ৪ |
| ২০১৯ | উজড়া চমন | একতা | ৫ |
তথ্যসূত্ৰ
- ↑ (30 August 2011). https://timesofindia.indiatimes.com/entertainment/tv/Aishwarya-Sakhuja-is-a-movie-buff/articleshow/9798201.cms
- ↑ https://timesofindia.indiatimes.com/entertainment/tv-/Diwali-dhamaka-with-Big-B-and-the-stars/articleshow/6846251.cms
- ↑ (1 May 2014). Aishwarya Sakhuja, Rohit Nag wedding date revealed!. The Times of India
- ↑ (2011-09-23). U R My Jaan movie preview. glamsham.com
- ↑ (1 October 2019). 'Ujda Chaman' trailer: Ayushmann Khurrana's 'Bala' to face competition from Sunny Singh's 'Ujda Chaman'. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঐশ্বৰ্য সখুজা” প্ৰবন্ধৰ সংশোধন ৪৮৩০০৪ (২৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।