অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

এম্পিয়াৰ

এম্পিয়াৰ(A) হৈছে আন্তৰ্জাতিক একক প্ৰণালীত বিদ্য়ুৎ প্ৰৱাহৰ একক। ফ্ৰান্সৰ গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী আন্দ্ৰে ম্যাৰি এম্পিয়াৰৰ নামত এই এককটো ৰখা হৈছে।

হালনাগাদ: ৮ ডিচেম্বৰ ২০২৩ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

এম্পিয়াৰ(A১) হৈছে আন্তৰ্জাতিক একক পদ্ধতিত বিদ্য়ুৎ প্ৰৱাহৰ একক২৩। ফ্ৰান্সৰ গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী আন্দ্ৰে ম্যাৰি এম্পিয়াৰৰ নামত এই এককটো ৰখা হৈছে।

সংজ্ঞা

এম্পিয়াৰৰ সংজ্ঞা
এম্পিয়াৰৰ সংজ্ঞাছবি: Danmichaelo · Public domain

দুডাল অসীম দৈৰ্ঘ্যৰ সমান্তৰাল বিদ্য়ুৎ পৰিবাহী( সামান্যতম প্ৰস্থচ্ছেদ) শূন্যস্থানত এক মিটাৰ দূৰত্বত থকাৱস্থাত এই পৰিবাহী দুডালে প্ৰতি মিটাৰ দৈৰ্ঘ্যত নিউটন বল পাবলৈ লগা প্ৰৱাহেই হৈছে এক এম্পিয়াৰ৪২৫। এম্পিয়াৰৰ বলৰ সূত্ৰ৬৭ অনুসৰি, বিদ্যুৎ প্ৰৱাহী দুডাল সমান্তৰাল পৰিবাহীৰ মাজত আকৰ্ষণ অথবা বিকৰ্ষণ বল থাকে। এই বলৰ দ্বাৰা এম্পিয়াৰৰ সংজ্ঞা আগবঢ়োৱা হয়। আধানৰ আন্তৰ্জাতিক একক পদ্ধতিৰ একক কুলম্ব হৈছে, এক এম্পিয়াৰ প্ৰৱাহে এক ছেকেণ্ডত কঢ়িয়াই নিয়া বিদ্যুতৰ পৰিমাণ৮। বিপৰীতভাৱে, এক এম্পিয়াৰ প্ৰৱাহ মানে হৈছে এটা বিন্দুৰ মাজেৰে প্ৰতি ছেকেণ্ডত এক কুলম্ব আধান পাৰ হোৱা প্ৰৱাহ। ⟨\rm 1\ A=1\tfrac C s.⟩ সাধাৰণতে আধান Q' 'ক t সময়ত যোৱা প্ৰৱাহ I'' ৰ দ্বাৰা নিৰ্ণয় কৰা হয়।

ইতিহাস

পোনপ্ৰথমে ছেণ্টিমিটাৰ-গ্ৰাম-ছেকেণ্ড এককত এম্পিয়াৰক বিদ্যুৎ প্ৰৱাহৰ এককৰ ১০ ভাগৰ এক অংশ হিচাপে এম্পিয়াৰক সংজ্ঞাবদ্ধ কৰা হৈছিল। সেই এককটোক বৰ্তমানে এবম্পিয়াৰ হিচাপে জনা যায় আৰু তাক এক ছেণ্টিমিটাৰ দূৰত্বত থকা দুডাল প্ৰৱাহীৰ মাজত ২ ডাইন প্ৰতি ছেণ্টিমিটাৰ বলৰ বাবে লগা প্ৰৱাহ হিচাপে সংজ্ঞাবদ্ধ কৰা হৈছিল।

তথ্যসূত্ৰ

  1. ↑ SI brochure. BIPM
  2. ↑ SI brochure. BIPM
  3. ↑ Base unit definitions: Ampere. Physics.nist.gov. Retrieved on 2010-09-28
  4. ↑ BIPM - ampere. www.bipm.org
  5. ↑ Monk, Paul MS. (2004). Physical Chemistry: Understanding our Chemical World. John Wiley & Sons. ISBN 0-471-49180-2
  6. ↑ Serway, Raymond A; Jewett, JW. (2006). Serway's principles of physics: a calculus based text. Thompson Brooks/Cole. পৃ. 746. ISBN 0-53449143-X
  7. ↑ (2006). Beyond the Kilogram: Redefining the International System of Units. National Institute of Standards and Technology
  8. ↑ (2006). The International System of Units (SI). Bureau International des Poids et Mesures. পৃ. 144

সম্পৰ্কিত শ্ৰেণী

এছ আই এককজোখ-মাখৰ একক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এম্পিয়াৰ” প্ৰবন্ধৰ সংশোধন ৩৯৫৫৮৪ (৮ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।