অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উৰ্ফি জাভেড

উৰ্ফি জাভেদ এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। এ এল টি বালাজীত প্ৰচাৰিত "বৰে ভৈয়া কী দুলহানিয়া" ধাৰাবাহিকত অবনী পন্তৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। তদুপৰি ব্যতিক্ৰমী সাজ-সজ্জাৰ বাবে তেওঁ সততে চৰ্চাত থকা দেখা যায়।

হালনাগাদ: ৪ মাৰ্চ ২০২৬ ৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

উৰ্ফি জাভেদ এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। এ এল টি বালাজীত প্ৰচাৰিত "বৰে ভৈয়া কী দুলহানিয়া" ধাৰাবাহিকত অবনী পন্তৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। তদুপৰি ব্যতিক্ৰমী সাজ-সজ্জাৰ বাবে তেওঁ সততে চৰ্চাত থকা দেখা যায়।১

ব্যক্তিগত জীৱন

উৰ্ফি জাভেদৰ জন্ম হৈছিল ১৯৯৭ চনৰ ১৫ অক্টোবৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত। লক্ষ্ণৌৰ নামেৰে নামকৰণ কৰা চিটি মণ্টেছৰী স্কুলৰপৰা তেওঁ স্কুলীয়া জীৱন সম্পূৰ্ণ কৰিছিল। পিছলৈ লক্ষ্ণৌৰ এমিটি বিশ্ববিদ্যালয়ৰপৰা গণ যোগাযোগ বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।২

তথ্যসূত্ৰ

  1. ↑ (2022-05-19). Urfi Javed Shocks & Mocks Her Haters With A Strange T-Shirt!. Daily Research Plot
  2. ↑ Cyril, Grace. (29 November 2021). Who is Urfi Javed and why is everyone talking about her?. India Today

সম্পৰ্কিত শ্ৰেণী

মডেলঅভিনেত্ৰীনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰ্ফি জাভেড” প্ৰবন্ধৰ সংশোধন ৫৮৪৬৯৩ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।