অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

উশ্ব'জি ভাষা

উশ্ব'জি (এই ভাষা কোৱা লোকে নিজৰ ভাষাক উশ্ব'জ বোলে) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানৰ খাইবৰ-পখটুনখোৱা প্ৰান্তৰ কোহিস্তান আৰু স্বাট জিলাত মুখ্যতঃ ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৫ ৬২ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

উশ্ব'জি (এই ভাষা কোৱা লোকে নিজৰ ভাষাক উশ্ব'জ বোলে) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানৰ খাইবৰ-পখটুনখোৱা প্ৰান্তৰ কোহিস্তান আৰু স্বাট জিলাত মুখ্যতঃ ব্যৱহাৰ কৰা হয়।

স্থিতি

উশ্ব'জি এটি অতিকৈ লুপ্তপ্ৰায় ভাষা হ'ব পাৰে কাৰণ এই ভাষাৰ নিজৰ অঞ্চলত পশ্তো ভাষাৰ প্ৰভাৱ ভালেমান বিস্তাৰ হৈছে, বিশেষকৈ স্বাট অঞ্চলত।১

সংখ্যা

অসমীয়াতউশ্ব'জিত২
১একɪk
২দুইdu
৩তিনিt͡ʃe
৪চাৰিt͡ʃar
৫পাঁচpʰʊʃ
৬ছয়ʃɑ
৭সাতsɑʈ
৮আঠɑʈ
৯নnəo
১০দহde
২০বিছbɪey
১০০শsao
১০০০হাজাৰzʌr

লিখন

উশ্ব'জি টৰৱালী আৰু শ্বিনা আখৰৰ কেইবাটাও প্ৰকাৰেৰে ফাৰ্চী-আৰবী লিপিত নাস্তালিক ধৰণেৰে লিখা হয়।৩

আখৰৰোমান লিপিতIPA
ā
a
ʿ
b
p
t
ṭ
(s)
ǰ
č
ċ
c
(h)
ǩ
d
ḍ
(z)
r
ṛ
z
ż
ž
s
š
ṣ
(s)
(d)
(t)
(z)
ʿ
ǧ
f
(k)
k
g
l
m
n
w
h, x
_h
ʿ
y
e

তথ্য সংগ্ৰহ

Decker 1992 Ushojo

তথ্যসূত্ৰ

  1. ↑ Did you know Ushojo is threatened?
  2. ↑ mpi-lingweb.shh.mpg.de/numeral/Ushojo.htm
  3. ↑ fli-online.org/site/wp-content/uploads/2016/04/U

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উশ্ব'জি ভাষা” প্ৰবন্ধৰ সংশোধন ৫৪০২২১ (২৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।