অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আন্তৰ্জাতিক ধ্বনিবিজ্ঞানৰ বৰ্ণমালা

আন্তৰ্জাতিক ধ্বনিবিজ্ঞানৰ বৰ্ণমালা বা আই-পি-এ (International Phonetic Alphabet) এটা ধ্বনিবিজ্ঞানৰ সংকেতৰ বৰ্ণমালা পদ্ধতি যি প্ৰধানকৈ লেটিন লিপিৰ আধাৰত নিৰ্মিত। ইয়াক ১৯ শতিকাৰ শেষৰ ফালে আন্তঃৰাষ্ট্ৰীয় ধ্বনি সংস্থাই লিখিত ৰূপত বাক্যৰ শব্দৰ মানক উপস্থাপন হিচাপে উদ্ভাৱন কৰিছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৮২ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আন্তৰ্জাতিক ধ্বনিবিজ্ঞানৰ বৰ্ণমালা বা আই-পি-এ (International Phonetic Alphabet) এটা ধ্বনিবিজ্ঞানৰ সংকেতৰ বৰ্ণমালা পদ্ধতি যি প্ৰধানকৈ লেটিন লিপিৰ আধাৰত নিৰ্মিত। ইয়াক ১৯ শতিকাৰ শেষৰ ফালে আন্তঃৰাষ্ট্ৰীয় ধ্বনি সংস্থাই লিখিত ৰূপত বাক্যৰ শব্দৰ মানক উপস্থাপন হিচাপে উদ্ভাৱন কৰিছিল।১ আই-পি-এ অভিধানপ্ৰণেতা, বিদেশী ভাষাৰ ছাত্ৰ আৰু শিক্ষক, ভাষাবৈজ্ঞানিক, বাক–ভাষা, বাকচিকিৎসক, গায়ক, অভিনেতা, নিৰ্মিত ভাষা সৃষ্টিকৰ্তা আৰু অনুবাদকসকলে ব্যৱহাৰ কৰে।২৩

অসমীয়া বৰ্ণমালা আৰু আন্তৰ্জাতিক ধ্বনিবিজ্ঞানৰ বৰ্ণমালা

স্বৰমালা

আখৰআখৰটোৰ নামক //-অৰ সৈতে স্বৰবৰ্ণ চিহ্নচিহ্নটোৰ নামIPA
অক <font size=2>//, //
'উৰ্ধ কমা(ক')//
আকাআ-কাৰ//
ইহ্ৰস্ব ইকিহ্ৰস্ব ই-কাৰ//
ঈদীৰ্ঘ ইকীদীৰ্ঘ ঈ-কাৰ//
উহ্ৰস্ব উকুহ্ৰস্ব উ-কাৰ//
ঊদীৰ্ঘ উকূদীৰ্ঘ ঊ-কাৰ//
ঋৰিকৃঋ-কাৰ//
একেএ-কাৰ// and //
ঐঅ'ইকৈঐ-কাৰ//
ওকোও-কাৰ//
ঔঅ'উকৌঔ-কাৰ//

ব্যঞ্জনমালা

আখৰআখৰটোৰ নামIPA
ক//
খ//
গ//
ঘ//
ঙ//
চপ্ৰথম চ//
ছদ্বিতীয় চ//
জবৰ্গীয় জ//
ঝ//
ঞ//
টমূৰ্ধন্য ট//
ঠমূৰ্ধন্য ঠ//
ডমূৰ্ধন্য ড//
ঢমূৰ্ধন্য ঢ//
ণমূৰ্ধন্য ণ//
তদন্ত্য ত//
থদন্ত্য থ//
দদন্ত্য দ//
ধদন্ত্য ধ//
নদন্ত্য ন//
প//
ফ//
ব//
ভ//
ম//
যঅন্তঃস্থ য//
ৰ/
ল//
ৱওঅ ব//
শতালব্য শ//~//
ষমূৰ্ধন্য ষ//~//
সদন্ত্য স//~//
হ//
ক্ষ//
ড়ডৰে ৰ//
ঢ়ঢৰে ৰ//
য়অন্তঃস্থ য়//
ৎহসন্ত ত (খণ্ড ত)
ংঅনুস্বৰ
ঃবিসৰ্গ
ঁচন্দ্ৰবিন্দু

অধিক পঢ়ক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ International Phonetic Association (IPA), Handbook
  2. ↑ MacMahon, Michael K. C. (1996). The World's Writing Systems. Oxford University Press. পৃ. 821–846. ISBN 0-19-507993-0
  3. ↑ Wall, Joan. (1989). International Phonetic Alphabet for Singers: A Manual for English and Foreign Language Diction. Pst. ISBN 1-877761-50-8

সম্পৰ্কিত শ্ৰেণী

লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক ধ্বনিবিজ্ঞানৰ বৰ্ণমালা” প্ৰবন্ধৰ সংশোধন ৬৩২২২৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।