ইলা লোধ (Ela Lodh/Ila Loadh;২০২১ চনত ৭৯ বছৰ বয়সত মৃত্যু হয় ১ ) এগৰাকী ভাৰতীয় প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ আছিল। তেওঁ ২০২০ চনৰ নাৰী শক্তি পুৰস্কাৰ মৰণোত্তৰভাৱে ২০২২ চনৰ ৮ মাৰ্চত লাভ কৰে। ২ ৩ ৪
কেৰিয়াৰ
ইলা লোধৰ জন্ম হৈছিল ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ খুৱাইত। ৫ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে যোগ্যতা অৰ্জন কৰি ত্ৰিপুৰা স্বাস্থ্য সেৱাত তেওঁ কাম কৰিছিল, শেষলৈ তেওঁ প্ৰশাসনিক সঞ্চালক হৈছিলগৈ। ৬ ১৯৯০ চনৰ পৰা ২০০০ চনলৈকে এই পদত অধিষ্ঠিত হৈ ত্ৰিপুৰাৰ হেপাটাইটিছ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপকো আছিল। ৭ ৮ ২০২১ চনৰ ১৯ জুলাইত কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁ মৃত্যু বৰণ কৰে ৯
বঁটা আৰু স্বীকৃতি
লোধে ২০২০ চনৰ নাৰী শক্তি পুৰস্কাৰ মৰণোত্তৰভাৱে ২০২২ চনৰ ৮ মাৰ্চত লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা তেওঁৰ হৈ তেওঁৰ পুত্ৰই এই বঁটা গ্ৰহণ কৰে। ১০
তথ্যসূত্ৰ
- ↑ admin. (2021-07-20). Dr. Ila Lodh Expired: ৰাজ্যেৰ বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ইলা লোধ প্ৰয়াত, বয়স হয়েছিল ৭৯ বছৰ
- ↑ (8 March 2022). https://www.northeasttoday.in/2022/03/08/international-womens-day-2-northeastern-ladies-among-29-to-be-adjudged-with-coveted-nari-shakti-puraskar-awards/#more-39548
- ↑ (8 March 2022). https://www.sentinelassam.com/north-east-india-news/arunachal-news/2-northeastern-women-among-29-others-wins-nari-shakti-puraskar-awards-2020-21-581797
- ↑ PTI. Eminent Tripura doctor Ila Lodh to be honoured with posthumous ‘Nari Shakti Puraskar’. ThePrint
- ↑ (6 March 2022). https://thetripurapost.com/dr-ela-lodh-selected-for-the-presidential-award/
- ↑ (8 March 2022). https://www.northeasttoday.in/2022/03/08/international-womens-day-2-northeastern-ladies-among-29-to-be-adjudged-with-coveted-nari-shakti-puraskar-awards/#more-39548
- ↑ List of Awardees Nari Shakti Puraskar 2020. Government of India
- ↑ (8 March 2022). https://www.sentinelassam.com/north-east-india-news/arunachal-news/2-northeastern-women-among-29-others-wins-nari-shakti-puraskar-awards-2020-21-581797
- ↑ (19 July 2021). https://thetripurapost.com/tripura-noted-gynocologist-ela-lodh-dies-of-cardiac-arrest/
- ↑ (7 March 2022). https://www.firstdespatch.com/read.aspx?news=5390
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলা লোধ” প্ৰবন্ধৰ সংশোধন ৫৯৩৫৫২ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।