অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা

এইখন ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা। ৫৫খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ৬খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৯খন ৱৰ্ল্ড নেটৱৰ্ক অৱ বায়’স্ফিয়াৰ ৰিজাৰ্ভৰ অংশ আৰু ৫খন ৰামছাৰ সন্ধিৰ অধীনত আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয়। মুঠ ৯খন উদ্যান বহুলাংশে সাগৰীয়।

হালনাগাদ: ২০ জুন ২০২৫ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

এইখন ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা।১ ৫৫খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ৬খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৯খন ৱৰ্ল্ড নেটৱৰ্ক অৱ বায়’স্ফিয়াৰ ৰিজাৰ্ভৰ অংশ২ আৰু ৫খন ৰামছাৰ সন্ধিৰ অধীনত আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয়। মুঠ ৯খন উদ্যান বহুলাংশে সাগৰীয়। ইণ্ডোনেছিয়াৰ পৃষ্ঠৰ প্ৰায় ৯% ৰাষ্ট্ৰীয় উদ্যান (জাৰ্মানীৰ ২৫% বা ফ্ৰান্সৰ ৩৩%তকৈ কম)।

১৯৮০ চনত ইণ্ডোনেছিয়াৰ পাঁচখন ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথমটো গোট স্থাপন কৰা হয়।৩ এই সংখ্যা অহৰহ বৃদ্ধি পাই ২০০৩ চনত ৪১টা হয়। ২০০৪ চনত এটা বৃহৎ সম্প্ৰসাৰণত আৰু ৯খন নতুন ৰাষ্ট্ৰীয় উদ্যান সৃষ্টি কৰা হয়, যাৰ ফলত মুঠ সংখ্যা ৫০খনলৈ বৃদ্ধি পায়।৪ ২০১৫ চনত মাউণ্ট টাম্বোৰা সংযোজন কৰা হয়।৫ ২০১৬ চনত সুমাট্ৰা, চুলাৱেছি আৰু বাংকা দ্বীপৰ আৰু ৩খন ৰাষ্ট্ৰীয় উদ্যান সংযোজন কৰা হয়।৬

জাভা

গুনুং মেৰবাবু ৰাষ্ট্ৰীয় উদ্যান
গুনুং মেৰবাবু ৰাষ্ট্ৰীয় উদ্যানছবি: Anton Leddin · CC BY 2.5
কাৰিমুংজাৱা ৰাষ্ট্ৰীয় উদ্যান
কাৰিমুংজাৱা ৰাষ্ট্ৰীয় উদ্যানছবি: Azwari Nugraha · CC BY 2.0
নামবছৰমুঠ মাটিকালিসাগৰীয় অঞ্চলআন্তৰ্জাতিক স্থিতি
বৰ্গ কি.মি.বৰ্গমাইল
এলাচ পূৰৱ’ ৰাষ্ট্ৰীয় উদ্যান১৯৯২৪৩৪১৬৮
বালুৰণ ৰাষ্ট্ৰীয় উদ্যান১৯৮০২৫০৯৬
ব্ৰ’ম’ টেংগাৰ চেমেৰু ৰাষ্ট্ৰীয় উদ্যান১৯৮৩৫০৩১৯৪জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান২০০৪১৫৫৬০
মাউণ্ট গেডে পাংৰাংগো ৰাষ্ট্ৰীয় উদ্যান১০৮০১৫০৫৮জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
গুনুং হালিমুন ৰাষ্ট্ৰীয় উদ্যান১৯৯২৪০০১৫০
গুনুং মাৰাপি ৰাষ্ট্ৰীয় উদ্যান২০০৪৬৪২৫
গুনুং মেৰবাবু ৰাষ্ট্ৰীয় উদ্যান২০০৪৫৭২১
কাৰিমুংজাৱা ৰাষ্ট্ৰীয় উদ্যান১৯৮৬১,১১৬৪৩১অধিকাংশ
কেপুলৱান চেৰিবু ৰাষ্ট্ৰীয় উদ্যান১৯৮২১,০৮০৪২০অধিকাংশ
মেৰু বেটিৰি ৰাষ্ট্ৰীয় উদ্যান১৯৮২৫৮০২২৪
উজুং কোলন ৰাষ্ট্ৰীয় উদ্যান১৯৯২১,২০৬৪৬৬৪৪৩ কিমিবিশ্ব ঐতিহ্য ক্ষেত্ৰ৭

কালিমন্তন

কায়ান মেনটাৰাং ৰাষ্ট্ৰীয় উদ্যান
কায়ান মেনটাৰাং ৰাষ্ট্ৰীয় উদ্যানছবি: ESCapade · CC BY-SA 3.0
টেনজুং পুটিং
টেনজুং পুটিংছবি: Bjornman · CC BY-SA 3.0
নামবছৰমুঠ মাটিকালিসাগৰীয় এলেকাআন্তঃৰাষ্ট্ৰীয় স্থিতি
বৰ্গ কি.মি.বৰ্গমাইল
বেটুং কেৰিহন ৰাষ্ট্ৰীয় উদ্যান১৯৯৫৮,০০০৩,১০০প্ৰস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ৮
বুকিত বাকা বুকিত ৰায়া ৰাষ্ট্ৰীয় উদ্যান১৯৯২১,৮১১৬৯৯
দনৌ চেণ্টাৰাম ৰাষ্ট্ৰীয় উদ্যান১৯৯৯১,৩২০৫১০ৰামছাৰ ছাইট
গুনুং পালং ৰাষ্ট্ৰীয় উদ্যান১৯৯০৯০০৩৫০
কায়ান মেনটাৰাং ৰাষ্ট্ৰীয় উদ্যান১৯৯৬১৩,৬০৫৫,২৫২
কুটাই ৰাষ্ট্ৰীয় উদ্যান১৯৮২১,৯৮৬৭৬৭
চেবাংগৌ ৰাষ্ট্ৰীয় উদ্যান২০০৪৫,৬৮৭২,১৯৬
টেনজুং পুটিং ৰাষ্ট্ৰীয় উদ্যান১৯৮২৪,১৫০১,৩৭০জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক

লেছাৰ চুণ্ডা দ্বীপপুঞ্জ

গুনুং ৰিঞ্জানি ৰাষ্ট্ৰীয় উদ্যান
গুনুং ৰিঞ্জানি ৰাষ্ট্ৰীয় উদ্যানছবি: Thorsten Peters · CC BY-SA 3.0

]]

নামবছৰমুঠ মাটিকালিসাগৰীয় এলেকাআন্তৰ্জাতিক স্থিতি
বৰ্গ কি.মি.বৰ্গ মাইল
বালি বাৰত ৰাষ্ট্ৰীয় উদ্যান১৯৯৫১৯০৭৩
মাউণ্ট ৰিঞ্জানী ৰাষ্ট্ৰীয় উদ্যান১৯৯০৪১৩১৫৯
কেলিমুটু ৰাষ্ট্ৰীয় উদ্যান১৯৯২৫০২০
কোমোদো ৰাষ্ট্ৰীয় উদ্যান১৯৮০১,৮১৭৭০১৬৬%বিশ্ব ঐতিহ্য ক্ষেত্ৰ;৯ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
লাইৱাংগী ৱাংমেটি ৰাষ্ট্ৰীয় উদ্যান১৯৯৮৪৭০১৮০
মনুপেউ টানাহ দাৰু ৰাষ্ট্ৰীয় উদ্যান১৯৯৮৮৮০৩৪০
মাউণ্ট টেম্বোৰা ৰাষ্ট্ৰীয় উদ্যান১০২০১৫৭১৬২৭৬
মোয়ো চাটোণ্ডা ৰাষ্ট্ৰীয় উদ্যান১১২০২২৩১২১২০

মালুকু আৰু পাপুয়া

ৱাচুৰ ৰাষ্ট্ৰীয় উদ্যান
ৱাচুৰ ৰাষ্ট্ৰীয় উদ্যানছবি: Standel · CC BY 2.0
ল’ৰেণ্টজ্ ৰাষ্ট্ৰীয় উদ্যান
ল’ৰেণ্টজ্ ৰাষ্ট্ৰীয় উদ্যানছবি: RaiyaniM · CC BY-SA 4.0
নামবছৰমুঠ মাটিকালিসাগৰীয় এলেকাআন্তৰ্জাতিক স্থিতি
বৰ্গ কি.মি.বৰ্গমাইল
আকেটেজাৱে লোলোবাটা ৰাষ্ট্ৰীয় উদ্যান২০০৪১,৬৭৩৬৪৬
ল’ৰেণ্টজ্ ৰাষ্ট্ৰীয় উদ্যান১৯৯৭২৫,০৫০৯,৬৭০বিশ্ব ঐতিহ্য ক্ষেত্ৰ১২
মানুচেলা ৰাষ্ট্ৰীয় উদ্যান১৯৮২১৮৯০৭২৯
টেলুক চেণ্ডাৰৱাছি ৰাষ্ট্ৰীয় উদ্যান২০০২১৪,৫৩৫৫,৬১১৯০%
ৱাচুৰ ৰাষ্ট্ৰীয় উদ্যান১৯৯০৪,১৩৮১৫৯৮ৰামচাৰ চাইট

চুলাৱেচি

]]

]]

নামবছৰমুঠ মাটিকালিসাগৰীয় এলেকাআন্তৰ্জাতিক স্থিতি
বৰ্গ কিলোমিটাৰবৰ্গমাইল
বাণ্টিমুৰুং বুলুচাৰাউং ৰাষ্ট্ৰীয় উদ্যান২০০৪৪৮০১৮৫
বাগোনী নানী ৱাৰ্টাবোন ৰাষ্ট্ৰীয় উদ্যান১৯৯১২,৮৭১১,১০৮
বুনাকেন ৰাষ্ট্ৰীয় উদ্যান১৯৯১৮৯০৩৪২৯৭%প্ৰস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ১৩
গাণ্ডাং দেৱাতা ৰাষ্ট্ৰীয় উদ্যান১৪২০১৬৭৯৩৩০৬
কেপুলৌন টগিন ৰাষ্ট্ৰীয় উদ্যান১৫২০০৪৩,৬২০১,৪০০৭০০ বৰ্গ কিমি
ল’ৰ লিন্দু ৰাষ্ট্ৰীয় উদ্যান১৯৮২২,২৯০৮৮৪জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
ৰাৱা আওপা ৱাটুম’হাই ৰাষ্ট্ৰীয় উদ্যান১৯৮৯১,০৫২৪০৬ৰামচাৰ চাইট
টাকা ব’ন ৰেট ৰাষ্ট্ৰীয় উদ্যান২০০১৫,৩০৮২,০৪৯অধিকাংশজৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক প্ৰস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ১৬
ৱাকাটবি ৰাষ্ট্ৰীয় উদ্যান২০০২১৩,৯০০৫,৩৭০অধিকাংশজৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক প্ৰস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ১৭

সুমাত্ৰা

নামবছৰমুঠ মাটিকালিসাগৰীয় এলেকাআন্তৰ্জাতিক স্থিতি
বৰ্গ কি,মি,বৰ্গমাইল
বাটাং গাডী ৰাষ্ট্ৰীয় উদ্যান১৮২০০৪১,০৮০৪১৭
বাৰবাক ৰাষ্ট্ৰীয় উদ্যান১৯৯২১,৬২৮৬২৮ৰামচাৰ চাইট
বুকিট বাৰিচান চেলাটন ৰাষ্ট্ৰীয় উদ্যান১০৮২৩,৬৫০১৪১০বিশ্ব ঐতিহ্য ক্ষেত্ৰ গোট১৯
বুকিট ডুবেলাচ ৰাষ্ট্ৰীয় উদ্যান২০০০৬০৫২৩৩
বুকিট টিগাপুলুহ কেৰিঞ্চি১৯৯৫১,২৭৭৪৯৩
গুনুং লিউচাৰ ৰাষ্ট্ৰীয় উদ্যান১৯৮০৭,৯২৭৩,০৬১বিশ্ব ঐতিহ্য ক্ষেত্ৰ গোট।১৯ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
কেৰিঞ্চি চেব্লাট ৰাষ্ট্ৰীয় উদ্যান১৯৯৯১৩,৭৫০৫,৩১০বিশ্ব ঐতিহ্য ক্ষেত্ৰ গোট।১৯
চেম্বিলাং ৰাষ্ট্ৰীয় উদ্যান২০০১২,০৫১৭৯২ৰামচাৰ চাইট
চিবেৰুট ৰাষ্ট্ৰীয় উদ্যান১৯৯২১,৯০৫৭৩৫জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
টেছ’ নিলো ৰাষ্ট্ৰীয় উদ্যান২০২০০৪১,০০০৩৮৬
ৱে কেম্বাচ ৰাষ্ট্ৰীয় উদ্যান১৯৮৯১,৩০০৫০০
ঝামৰুড ৰাষ্ট্ৰীয় উদ্যান২১২০১৬৩১৪১২১
মাউণ্ট মাৰাচ ৰাষ্ট্ৰীয় উদ্যান২২২০১৬১৬৮৬৫

তথ্যসূত্ৰ

  1. ↑ National Parks in Indonesia
  2. ↑ UNESCO: "Ecological Sciences for Sustainable Development", retrieved 18 July 2015
  3. ↑ Indonesian Ministry of Forestry, Retrieved 8 January 2010
  4. ↑ WWF:Indonesia establishes 1.3 million hectares of Protected Areas, Retrieved 19 February 2010
  5. ↑ WWF:Indonesia establishes 1.3 million hectares of Protected Areas, Retrieved 19 February 2010
  6. ↑ "KOSIK 2 "Surga Itu Bernama Taman Nasional Moyo Satonda"" 6 April 2023
  7. ↑ Ujung Kulon National Park. ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
  8. ↑ Betung Kerihun National Park (Transborder Rainforest Heritage of Borneo). ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
  9. ↑ Komodo National Park. ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
  10. ↑ (15 April 2015). Mount Tambora National Park Transformed Into New Ecotourism Destination
  11. ↑ (6 April 2023). KOSIK 2 "Surga Itu Bernama Taman Nasional Moyo Satonda"
  12. ↑ Lorentz National Park. ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
  13. ↑ UNESCO tentative list, Retrieved 28 September 2009
  14. ↑ Kabupatem Mamasa, Retrieved 15 November 2017
  15. ↑ Rare Pride helps Togean Islands Establish National Park
  16. ↑ World Heritage Tentative List: Taka Bonerate National Park. ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
  17. ↑ World Heritage Tentative List: Wakatobi National Park. ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
  18. ↑ Indonesia Declares Batang Gadis National Park
  19. ↑ Tropical Rainforest Heritage of Sumatra. ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
  20. ↑ Indonesia Declares Tesso Nilo National Park
  21. ↑ (27 July 2016). Indonesia declares national park in top palm oil-producing province
  22. ↑ Mt. Maras National Park · Indonesian Forest

সম্পৰ্কিত শ্ৰেণী

তালিকাসমূহইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানৰাষ্ট্ৰীয় উদ্যান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫১৯৪৫২ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।