অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আৱেস্তা ভাষা

অৱেস্তা ভাষা ( Avestan language ) বা আভেস্তান, এটা প্ৰাচীন ইৰাণী ভাষা। সম্ভৱতঃ প্ৰাচীন পাৰ্চী সাম্ৰাজ্যৰ উত্তৰ-পূব অংশত ইয়াৰ প্ৰচলন আছিল। জৰদস্তি ধৰ্মৰ পবিত্ৰ গ্ৰন্থ আৱেস্তা, এই ভাষাত ৰচনা কৰা হৈছে।

হালনাগাদ: ২৮ জানুৱাৰী ২০২৬ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অৱেস্তা ভাষা ( Avestan language ) বা আভেস্তান, ১ এটা প্ৰাচীন ইৰাণী ভাষা। সম্ভৱতঃ প্ৰাচীন পাৰ্চী সাম্ৰাজ্যৰ উত্তৰ-পূব অংশত ইয়াৰ প্ৰচলন আছিল। জৰদস্তি ধৰ্মৰ পবিত্ৰ গ্ৰন্থ আৱেস্তা, এই ভাষাত ৰচনা কৰা হৈছে। ধৰ্মীয় কাম-কাজৰ বাহিৰেও বাকী সকলো ক্ষেত্ৰতে ইছলামৰ বহু শতিকাৰ আগতে ইৰাণত আৱেস্তা ভাষা নোহোৱা হৈ গৈছিল।

তথ্যসূত্ৰ

  1. ↑ Wells, John C. (1990). Longman pronunciation dictionary. পৃ. 53. ISBN 0-582-05383-8 entry "Avestan"

সম্পৰ্কিত শ্ৰেণী

ভাষাপোখালি (ভাষা)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৱেস্তা ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭২১৮৮ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।