অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আৱাহন যুগৰ অসমীয়া সাহিত্য

আৱাহন যুগৰ অসমীয়া সাহিত্য গ্ৰন্থখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড০প্ৰহ্লাদ কুমাৰ বৰুৱাৰ সম্পাদনাত ১৯৭৪ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পায়। গ্ৰন্থখনৰ প্ৰকাশক আছিল খগেশ্বৰ শৰ্মা,নিতাইপুখুৰী শাখা সাহিত্য সভা। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ৬৩।

হালনাগাদ: ২৯ আগষ্ট ২০২৩ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

পৰিচয়

আৱাহন যুগৰ অসমীয়া সাহিত্য গ্ৰন্থখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড০প্ৰহ্লাদ কুমাৰ বৰুৱাৰ সম্পাদনাত ১৯৭৪ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পায়। গ্ৰন্থখনৰ প্ৰকাশক আছিল খগেশ্বৰ শৰ্মা,নিতাইপুখুৰী শাখা সাহিত্য সভা। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ৬৩।১

গ্ৰন্থখনৰ অন্তৰ্ভাগৰ সবিশেষ

এই গ্ৰন্থখনত আৱাহন (আলোচনী) যুগৰ সাহিত্য কেন্দ্ৰিক ৬টা প্ৰবন্ধ আছে। তদুপৰি গ্ৰন্থখনত ২টা সাহিত্যৰ অন্যান্য বিষয়ৰ প্ৰবন্ধ আৰু এটা নিতাইপুখুৰী শাখা সাহিত্য সভাৰ ইতিহাস বিষয়ক প্ৰবন্ধ সন্নিৱিষ্ট হৈছে।২

প্ৰবন্ধসমূহ

  • অসমীয়া সাহিত্য, সমাজ আৰু আৱাহন — লেখক দীননাথ শৰ্মা (আৱাহনৰ সম্পাদক)। পৃষ্ঠা- ১।
  • আৱাহন যুগৰ অসমীয়া নাটক — লেখক ডিম্বেশ্বৰ শৰ্মা।পৃষ্ঠা- ৭।
  • আৱাহন যুগৰ অসমীয়া উপন্যাস — প্ৰহ্লাদ কুমাৰ বৰুৱা।পৃষ্ঠা- ১৬।
  • আৱাহন যুগৰ চুটিগল্প — নগেন শইকীয়া।পৃষ্ঠা- ৩৩।
  • আৱাহন যুগৰ কবিতা — ড০মহেন্দ্ৰ বৰা। পৃষ্ঠা- ৩৭
  • অসমীয়া সাহিত্যত বিংশ শতিকাৰ সমালোচকঃ ড০ নেওগ — বুদ্ধীন্দ্ৰ কুমাৰ ৰাজখনিকৰ। পৃষ্ঠা- ৪২।

ওপৰঞ্চি

  • অসমীয়া ভাষা-সাহিত্যত আঞ্চলিক অৰিহণা— লেখক মোহনৰাম শইকীয়া।পৃষ্ঠা- ৪৫।''
  • ন লেখকৰ সন্ধানত 'ভ্ৰমৰ' — লেখক ফুলেশ্বৰ দত্ত। পৃষ্ঠা- ৫০।
  • নিতাইপুখুৰী শাখা সাহিত্য সভাৰ চমু পৰিচয় - লেখক ৰজনীকান্ত দত্ত।পৃষ্ঠা- ৫৫।
  • অসম সাহিত্য সভাৰ ১৯৭৩/৭৪ চনৰ কাৰ্য্যনিৰ্বাহকৰ সদস্যসকল।পৃষ্ঠা- ৬১।
  • আদৰণী সমিতিৰ বিষয়ববীয়াসকল।গ্ৰন্থৰ পৃষ্ঠা- ৬৩।

তথ্যসূত্ৰ

৩

তথ্যসূত্ৰ

  1. ↑ ড০ প্ৰহ্লাদ কুমাৰ বৰুৱা(সম্পা)আৱাহন যুগৰ অসমীয়া সাহিত্য, প্ৰথম প্ৰকাশ ১৯৭৪, খগেশ্বৰ শৰ্মা,নিতাইপুখুৰী শাখা সাহিত্য সভা
  2. ↑ ড০ প্ৰহ্লাদ কুমাৰ বৰুৱা(সম্পা)আৱাহন যুগৰ অসমীয়া সাহিত্য, প্ৰথম প্ৰকাশ ১৯৭৪, খগেশ্বৰ শৰ্মা নিতাইপুখুৰী শাখা সাহিত্য সভা
  3. ↑ ড০ প্ৰহ্লাদ কুমাৰ বৰুৱা(সম্পা)আৱাহন যুগৰ অসমীয়া সাহিত্য, প্ৰথম প্ৰকাশ ১৯৭৪, খগেশ্বৰ শৰ্মা,নিতাইপুখুৰী শাখা সাহিত্য সভা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৱাহন যুগৰ অসমীয়া সাহিত্য” প্ৰবন্ধৰ সংশোধন ৩৭৬২৫৮ (২৯ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।