অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আন্তৰ্জাতিক সাক্ষৰতা দিৱস

১৯৬৫ চনৰ ১৭ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (ইউনেস্কো)-ৱে ৮ ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰে। ইয়াক ১৯৬৬ চনত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে ব্যক্তিগত, গোষ্ঠীগত তথা সামাজিক ভিত্তিত সাক্ষৰতাৰ আৱশ্যকতা দাঙি ধৰা।

হালনাগাদ: ১৯ অক্টোবৰ ২০২৪ ১০৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

১৯৬৫ চনৰ ১৭ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (ইউনেস্কো)-ৱে ৮ ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰে। ইয়াক ১৯৬৬ চনত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে ব্যক্তিগত, গোষ্ঠীগত তথা সামাজিক ভিত্তিত সাক্ষৰতাৰ আৱশ্যকতা দাঙি ধৰা। প্ৰত্যেক বছৰে আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰ দিনা ইউনেস্কোৱে বিশ্ববাসীক সাক্ষৰতা আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ কথা মনত পেলাব বিচাৰে। সমগ্ৰ বিশ্বজুৰি এই দিৱস পালন কৰা হয়।১ আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উদযাপনত বিশেষ বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হৈছে, শিক্ষাৰ বাবে সকলো লক্ষ্য আৰু ৰাষ্ট্ৰসংঘৰ অন্যান্য কাৰ্যসূচী যেনে ৰাষ্ট্ৰসংঘৰ সাক্ষৰতা দশকৰ সৈতে সংগতি ৰাখি। বছৰ বছৰ ধৰি উদযাপন আৰু কাৰ্য্যকলাপৰ বিষয়বস্তু যেনে শিক্ষা আৰু স্বাস্থ্য তথা দৈনন্দিন জীৱনৰ স্বাস্থ্য চৰ্চা। ২

তথ্য সংগ্ৰহ

আন্তজাৰ্তিক সাক্ষৰতা

তথ্যসূত্ৰ

  1. ↑ International Literacy Day 2015
  2. ↑ আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক সাক্ষৰতা দিৱস” প্ৰবন্ধৰ সংশোধন ৪৩৯২৭৮ (১৯ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।